পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। {১ম বছৰ, ৩য় সংখ্যা। সৰ। অনেক সয়ত এখৰতে অলপ পানীলগাই, ৰোখী সাৱধান নহলে, পিত ভ্ৰাইটিৰ আৰু নিউমনিয়া আজি ৰোগ পৰেগৈ। | পানী-লপাৰ প্ৰথম অৱস্থাতে মূৰ আৰু ভৰিৰ সৈতে গোটেইটো গাৰ তাপ আৰু ৰক্ত-ৰা সাৱস্য সাধন কৰিবলৈ যতন কৰিব লাগে। পানী- লগাৰ প্ৰাৱস্থাৰ চিকিৎসা,গা হাত ভৰি আৰু মূৰ তপত কৰি থা; ফুট-বাধ” অৰ্থাৎ সহিব পৰা তপত পানীত আইলৈকে ভৰি দুটা কিছুমান পৰ বুৰাই ৰখা, বা পা থোৱা ঘৰৰ দুৱাৰ মাৰি লৈ তপত পানীত ভালকৈ গোটেইটো গা ধুই তাৰ পিছত শুকান পায্যেছাৰে ভালকৈ গা মূৰ মছি গত ফেলেনৰ চোলা পিন্ধা; নোমৰ কাপোৰ গাত লোৱা, মূৰত টুপি আৰু ভৰিত নোমৰ মোজা পিন্ধা; ভৰিৰ তলুৱাত সৰিয়হৰ তপত তেল ঘঁহা; ধপাতৰ শুৰি উজাই হচি; “নেলিংক গুঙা; “ইউকেলিগ ট” তেল টোপা- চেশেক উমত পেলাই লৈ সেই উমালখন ঘনে ঘনে তা; লা প খোৱ; এদা চলিয়াই লোণেৰে খোৱা; লিৰে পানী খোৱা; লোণ দি তপত চাহ খোৱ; তপত কফি খোৱা; এটা বলত তপত পানী ভৰাই সেই বতলটো ভৰিৰ তলুৱাত দি তলুৱা সো; গোট-কৰাই ভাজি সেই তপত গোটৰাই গামোছত বাৰি তাৰে কপাল মূৰ গলধন আৰু ভৰিৰ অনুৰা সেকা; এটেকেলি বৰ তপত পানীত চাহ খোৱা চনৰ আদচন ইউ- কেলিপটচ তেল পেলাই দি সেই টেকেলিটোৰ ওপৰত নিজৰ মুখখন মেলি দি পানীৰ ভাপ লোৱা; ইত্যাদি। | এৱ। হলে, দোযেণ গছৰ পাতৰ অলপ ৰসত এটা সৰিয়হৰ সমান লোণ দি, এডাল খৰিকাত তুলা পকাই লৈ সেই ভূলা-লগোৱা খৰিকাল সেই বসত জুবুৰিয়াই লৈ, দিনটোত তিনি চাৰি বাৰকৈ তাক নাকত সুমাই উজাৰ লাগে। নাকৰ সেঙন গুচাবলৈ বৰকৈ নাক বাই বল দিব নালাগে; তেনে কৰিলে নাকৰ ভিতৰৰ ক্ষুদ্ৰ আয়ুবিলাকৰ বিধিনি হব পাৰে আৰু কাণৰ ভিতৰতে তেনে অয়স্থ ঘটি ৰোগীজন কল হবও পাৰে। পানী-লগা নৰিয়াত পৰাজনৰ প্ৰায়েই কোবদ্ধ হোৱা দেখা যায়। সেই দেখি তেওঁৰ পেটটো পৰিষ্কাৰ কৰি ৰাখিব লাগে। অলপকৈ বিৰেচন হোৱা লজুপ” সব লাগে মনে, আজিকালি ওলোৱা “এপেন্টা” “ছনিয়াসি”