কাতি, ১৮০৩।] গুটিদিয়ে চিন্তাৰ ঢৌ। ৫৪৯
- মহা মহাবীৰ অতিথী মহাৰথীসকলে এদিন পৃথিবী কপাইছিল, বি
দেশত বলি যে মান্ধাতা কাবীধা স্বামদগ্ধ ভূমে অন্মগ্রহণ কৰিছিল, যি দেশত ভীষ, অর্জুন, জীঘ, দ্রোণ, কর্ণ, অশ্বখমা খাৰু অন্ধিস্য প্রভৃতি বীৰ চুড়ামণিসকলে জন্ম গ্রহণ কৰি এদিন পৃথিবী তােলপাৰ লগাইনি, মহাৰাজ বিক্রমাদিত্যই বিদেশত ৰাগত কৰি সৱৰৱ সাৰ ভাৰত ভূষিত কৰি ছিল, যি দেশ ৰাজপুত বংশৰ আদি গৌৰৱৰবি মহুৰীৰ ৰা ৰাউলৰ জন্ম ঠাই, যি দেশ প্ৰাৰক আকৰৰ বাদসাহৰ সিংহাসনে ৷ গৌৰৱ কৰিলি, যত তাজমহল আছে, হায় ভাৰ। আজি তােমাৰ গৌৰৱ সূৰ্য কোন ফালে উদয় হল ? আজি কলৈ গল বল্লাল সেন, কলৈ পল নৰনাৰায়ণ চিলাৰায়, কলৈ গল মহাৰাজা ৰুদ্ৰ সিং ? যি ভাৰতে এদিন পৃথিবীত কাৰে ওচৰত হাত নেপভিছিল আজি সেই ভাৰত কিন্তু। বি ভাৰতৰ শিল্পই এদিন পৃথিবীৰ ওপৰত গপ কৰিছিল আজি সেই ভাৰতে নিজৰ শিল্প পাহৰি দিনে দিনে দুখীয়া হৈ যাব লাগিছে। কমলাকান্ত ভট্টাচার্য। চমু মন্তব্য। বিশ্ববার্তা।–সদিনীয়া অসমীয়া বাতৰি কাকত। ঢাকাৰপৰা ওলা- ইছে। এই কাকতখন পাই আমি যে কিনা সন্তোষ পাইহে তাক কৈ অষ্ট কৰিব নােৱাৰে। ইমান দিলৰ মুৰন্ত আমি এখন অসমীয়া ও শাৰীৰ বাতৰি কাকত, পালে, যাক লাজ নলগাকৈ কোনো এজন বিদেশী হাতত এইখন আমাৰ অসমীয়া কাফত চাও” বুলি তুলি দিব পাৰি। ‘পাটি চলৰ” অর্থাৎ বলা মলুকখন ফলি তাৰ এৱ আসামেৰে সৈতে লগ লগাই দিয়া বাৰে আমি যি অলপ-অচৰপ বেজাৰ পাইছে, সেই ৰেয়াৰৰ কতিপূৰ এই অসমীয়া যিধৰাৰ্তাই লেখিনি কৰিলে। এল ল অ- মীয়া ৰালৰি কাকতৰ নে আমাৰ কি ড আৰ, আৰু এন তেনে কিন্তু সেশর সাহিত্য আৰু এনি প্রচাৰৰ যে কি ডাঙৰ মাৰি আৰু