৪৬ ৭ হিী । ( খ, ১২শ সংখ্যা। অহংকাৰৰ ধৰ্ম ৰক্ষা কৰিবলৈ যাওঁতে তাক মাজ বাটন্তে, অবিদ্যই পাই (ঘক যষ্টিমান এক মুছলমানে চয়তান বোলে) বাট হেৰুৱাই দিয়। এই স্বভাৱে প্ৰতপক্ষে আত্মৰক্ষা কৰিবলৈ চেষ্টা কৰি মােটত তাৰ বিনা। হে ঘটায়। ভাবি গে, দিয়া নিয়া দুটি কথাই সংসাৰ দায় চলাই আছে। ইয়াৰ ভিতৰৰ তুমি যদি আনলৈ এটি বন্ধ কৰ, অনেও তোমালৈ উলটি সিটি বন্ধ কৰিষ। অনে লফোনে থকা দেখিও যদি তুমি তেওঁক মাতি আনি এসাজ খুৱা, তোমাৰো তেনে দুর্দি অহিলে তেও তোমাক তেনে কৰিব। এই ঘোৰ অজ্ঞানতাপূর্ণ অপােনখেটায়। স্বভারটিক পৃথিশীত যদি মানুহে ভাল দৰে জ্ঞান চকু ফুৰাই দেখিলেহেঁতেন তেতিয়া হলে কোনো জাঙিয়েই পাপী হৈ কাৰো তলতীয়া নহলহেতেন। হায়! এই মহাপাপ স্বার্থপৰতাই ভাৰতবৰ্ষক আন জাতিৰ ভৰিৰ তলতীয়া কৰিলে। স্বাধপুৰ স্বভাৱত এটাইসিলাক ইন্দ্রিয়-বিকাৰৰপৰা জন্ম হােৱা ঘিণ লগ মহাপাপেই গোসাই থাকে, কিন্তু খাইফে ই লোভৰপৰা ইপ হৈ পৰীকাষতা হিমা-শিয়াল এই দুইটি পুত্র লগত লৈ সংসাৰ- বনত পশি পতি পুত্র সমশিতে একতাপ ধেনু ধৰি খায়। অর্থা; মান " নষ্ট কৰি পৃথিৰীক অশান্তি পাতে । অামাৰ গাৱলীয়া মানুহে পৰ- শাৰ স্বভাৱক চকুচৰহা স্বভাৱ বোলে। ইয়াৰ মানে আনন্ত কোনো একাৰৰ উন্নতি দেখিলেই এই স্বভাৱে নিজৰ চকুৰুে চৰহি ফুটাই শেষ। অমৰ উন্নতি বা হালটি চাই থকাতকৈ নিজৰ চকু ফুটাই পেলােৱাই উচিত। ভাবার্থত আনৰ ভাণ হোৱাটি এনে অসহনীয় যে এই কপাই ৰিক সদায় ডেই, পুরি, ভক্তি থাকে। অামাৰ আমাৰ দেশৰ সৰহ ভাগ মানুষ যে এই স্বভাৱৰ অধীন তাৰ ভুল নাই। এই স্বভাৱ যে কথা স্বভাবেই এট ঠাল তাক এষাৰ প্ৰকাৰান্তৰে দেখাই আহিছে; এতিয়া স্বার্থপৰতাৰ লগৰীয়া আৰু কি কি গুণ আছে তা দেখার চেষ্টা কৰা ৰাওক। পৰশ্ৰকাশক ৰূপান্তৰ ভাৱে দেখিষলৈ গলে ই গান একো নহয় কে জেষেই হে; এথেকে বেশ পার্থপৰতাৰ লগৰীয়া কাৰণ (Relative cause)। স্বার্থপৰতাক দুখকৈ বেলেগে কৰিব পাৰি। এভাগ পৰু একতৰত প্রধান স্বার্থপৰতা, খান ভাগ নদ ( মইয়েই বৰ : এখন
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০১৪
অৱয়ব