পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫২ [ , ১ সংখ। গুটিদিয়ে চিন্তাৰ ঢৌ। হাৰ গুণ প্রায় সকলো জীৱ ৰ গাছ আছে। মূলত দেৰিলৈ শলে ই এক ঝাবে চেতনশক্তিৰ বিকাশ মাত্র। অহঙ্কাৰ নথকাইতেন জীৱই আৰক্ষা কৰিবৰ চেষ্টা নকৰিলেহেঁতেন আৰু তেনে কৰাৰ ইছা তাৰ নেকিলহেঁতেন। অহঙ্কাৰে জীৱৰ নিজ অস্তিত্বকে ধৰি সকলো বক্তৰেই ওপৰত স্বত্ব দখল কৰায় ; যথা,মােৰ দেশ, মােৰ ঘৰ, মােৰ মই, যেৰ লৰা-তিৰােত, মােৰ পিতা, মােৰ আই, মোৰ ধন বস্তু, মোৰ বাটি, ইত্যাদি। এই স্বত্বৰক্ষা কৰাৰ নামেই হৈছে বহুলভাৱে আত্মফা। পৰমপিতা পৰমেৰে যেনেকৈ তেওঁৰ বিশ্বব্রহ্মাণ্ড বিনাশ নােহােৱাকৈ সদায় পালক নাৰ ধৰি পালি আছে, মানুহেও সেইদৰে নিজ স্বত্বক ধ্বংস হবলৈ নিদি ৰক্ষা কৰাৰ নামেই হৈছে মানৱধ। এই ধৰ্ম্মৰ আন নাম স্বাধীনতা। এই স্বাধীনতাৰু নিজৰ হাতত যি মানুহে বা জাতিয়ে ৰাখিব নোৱাৰে । নেৰাখে তাৰেই অধৰ্ম্ম হয়। এনে অধৰ্ম্ম হলেই যেই সেই জাতিৰেই বিৰাৰ পতন অনিবার্য। | নেই সেই বস্তুৰ থিতাপি দেশৰ ওপৰত ; এই কাৰণে অস্তিত্ব থাকলে দেশ কাল গাৰ গড় খাবিই থাকি। দেশ কাল পাত্ৰ তিনিও তিনি এএৰি নোহোৱা লগৰীয়া। যেই সেই বন্ধুক থাকিবলৈ পােলতে দেশ লাগিবই লাগিব। এই কাৰণে দেশক এই অর্থে ব্যাগ কৰিব লগা হৈছে। | আগতে দেশ নেপালে অহং কিহৰ ওপৰত থিতাপি হব । কেননা এডোখৰ ঠাইত মানুহে শােনতে যেতিয়া ঘৰ সাজি থাকি খেতে, আগেয়ে সেই ঠাই ডুখৰিৰ হৰি বন কাটি পৰিস্কাৰ কৰি লয়, তাৰপৰা ৰা, সাপ আদি হিংসুক অন্তু আষ্ঠ মহলে প্রাণৰ যিনি অটে। মোৰ এটা গণিত এ্যৰীয়া হৈ মানুহ কেতিয়াও মেধাকে আৰু থাকিবলৈকে সাহ কৰে। তেওঁ তেনে ৰাৰ কাৰ, আৰুলশীয়া হৈ হি কি জিমি সেই এই দখল কৰিবলৈ অপাৰ্গত। এই কাৰণে ওঁ ৰা কৰিবলৈ মানুহৰ এতিয়ে লগ খুলি আৰু লগ যাক্তি বা ধৰাৰ কথা