মাঘ, ১৮৩১) সম্পাদকৰ চৰ। যু জাপৰ তলত সুমাই শোৱাটো অভ্যাস যিসকলৰ আছে, তেওঁলোকে যেন সেই কু অভ্যাস এৰি দিয়ে, এই কাকতৰ সম্পাদকে তেওঁলেকৰ ওচৰত এই বিনীত নিবেদন কৰিলে। আন কোনো কাৰণৰ বাবেও মূৰটোতকৈ গাটো সৰহ তপত হলে পানী লাগে। দূষিত বায়ু উশাহত শৰীৰৰ ভিতৰলৈ শিলেও পানী লাগে। সেই- দেখি ৰাতি শোৱ খোটালিৰ খিলিক-দুৱাৰবোৰ এনে ভাৱে মেলি গ্য লাগে, যেন খোটালিটোৰ ভিতৰত বাহিৰৰ বিতৰ বতাহ চলাচল কৰি থাকিব পাৰে। অৱে শোওঁতাজনৰ গাৰ ওপৰেজি বা গাত লগাকৈ ৰাহিৰৰ সেই চেঁচা বতাহৰ সোঁত নাতে নৰলে সেইটোলৈ চকু ৰাখিব লাগিব। ৰাতি তেনে বতাহ গাত লাগিলে পানী যে লাগিবই তাৰ উপৰিও পিত পানী-লগা বৰ হৰ সম্ভৱ। হঠাৎ গৰম-ঠাণ্ডা”কৰিলেও পানী নালাগি নাথাকে। ৰাতি তপত ঘৰৰ ভিতৰত থাকি হঠাৎ বাহিৰলৈ ওলালে পানীলাগে। আমাৰ মানুহে ঘৰৰ ভিতৰত কল কঁঠা লৈ উম লগাই বহি থাকি, বাজুহালৰ গুৰিত জুই পুৱাই পকি থাকি হঠাৎ জুহালৰ কাষ এৰি বা কানি-ঋঠা সোলোকই পেলাই বাহিৰত গা ধুবলৈ ৰা হাত মুখ ধুবলৈ যায়। তেনে কৰাটো মানে মাখোন পানীলগাক আদৰি অনা। এই বাবেহে কৈছে, যাতে শৰীৰক হঠাৎ পত-চেঁচা কৰা নহয় তালৈ সকলোৱে চৰু ৰখা উচিত। কাচ শিশাচ এটা তপতাই লৈ তাত হঠাৎ ঠো পানী ঢাশি দিলে সি ফুৰাই ভগাটা:সকলোৱে দেখিছে। তাৰ কাৰণ।। শীৰটো বেছি তপত হলে তাৰ ছালখন ঢিলা হয়; আৰু তাৰ ওপৰত বাহিৰৰ বায়ুমণ্ডলৰ কাৰ্যৰ প্ৰতিৰোধ কৰিবৰ ৰঙা ৰ কমি যায়। সেই বাৰে বাহিৰৰ চেঁচা বতাহেইহে অকল পানী-লগাৰ কাৰণ এনে নহয়; পানী- লগাৰ খাই কাৰণ—বাহিৰৰ চেঁচাৰু শাহ সোমাবলৈ নিদিয়াকৈ ৰাখিব পৰা গাৰ লৰ মাৰ নন। এটা বন্ধ তপত খোটালিৰ ভিতৰত মানুহ থাকিলে তেওঁৰ গাত থকা প্ৰতিৰোধ শক্তি অনেক গুশে কৰি একে; সেই দেখি সেই তপত বায়ুমণ্ডলৰপৰা লোকজন হঠাৎ ঠো বায়ুমণ্ডললৈ সলনি ইনে (আইকৈ ৰেকা আৰু চেঁচা যায়। তেওঁৰ মীলাগিব।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০১
অৱয়ব