পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাতি, ১৮। নাদ শাস্ত্রী। সকলোয় এক বাক্যে তেওঁৰ কৰ্তব্যনিষ্ঠাৰ এশংসা ঋমিলি। পূিদেৱতাক সুখে ৰাখিব পাৰিলেই সকলাে দেৱতা সন্তুষ্ট হয় এ মহাৰা তেওঁৰ জীৱনও সার্থক হৈছিল। এমনাে ফুকন। ২৯ | A বৰবৰুৱা আৰু ঢোকাৰাম শৰ্ম্মা। ‘সখি আমায় ধৰ থৰ ।” বৰবৰুৱা।-- , ধৰ, মােৰু ধৰ।। “কাইব" ভাবৰ ভৰত মই হিফালে ইমান হলি যা আখিহে যে পৰিম এতিয়া ! মােৰ পেটৰ ভৰতকৈও কাইৰ ভৰ খেতি হৈছেহি। ঢোকাৰাম শৰ্মা-লপৰে; মই টোকা দি ধৰিছে। আপুনি কাইযৰ ভাৱৰ সেইটোত আৰু ফু দি ফুলাওক ; ফুলাই মোৰ গাতে আউজি খাওক, ভয় নকৰিব।