বাহী। [ ২ বছৰ, ১২শ সংখাঃ। উপস্থিত হলগৈ। বিচাৰক চাহাব ৰঙ্গনাদৰ সৰলতাপূর্ণ কথাও বৰ সন্তুষ্ট হল আৰু দুখীয়া অৱস্থাৰ বাবে ৰাৰ ইংৰাজী শিক্ষা হোৱা নাই বুলি গুনি চাইলে নিজে তেওঁৰ শিক্ষাৰ ভাৰ গ্ৰহণ কৰিলে। তেওঁ প্রথমে নিজে বদনাদক ইবাজী শিক্ষা দিষলৈ ধৰিলে আৰু কেইমাহমানৰ পিছত মাজলৈ পঠিয়াই দি তাত এখন আদর্শ স্কুলত পঢ়িবলৈ নাম লগাই দিলে । ৰনাদ যেন সুন্ধিমান তেন বিনয়ী আছিল। ৰনাৰ বিদ্যনুৰাগ আৰু স্বভাৱৰ অমায়িকতাত মুগ্ধ হৈ স্কুলৰ অধ্যক্ষই তেওঁৰু পুৰং হে ৰৰি- বলৈ ধৰিলে আৰু যতেৰে শিক্ষা দিবলৈ লাগিল। এইদৰে কেইবছৰমান পঢ়াৰ পিছত না সেই সময়ৰ সৰ্ব্বোচ্চ পৰীক্ষাত অতিশর প্রশংসা লাভ কৰি উত্তীর্ণ হল। যি লাই ব্যক্তিৰ তাৰ দুপাতে চিন ; ৰঙ্গনা যে এজন অদর্শ পুরুষ হৰ এই কথা তেওঁৰ ৰা কাৰ কাৰ্যকলাপাই বেছু বুজা গৈছিল। বঙ্গনালে যিদৰে পঢ়া শুনাত উন্নতি লাভ কৰি দোপ- দোপে উঠি যাবলৈ ধৰিলে সেই অনুসাৰে তেও নতা, সুশীলতা আৰু অনি আন প্ৰশংসনী গুণবিলাকৰো অধিকাৰী হৈ সর্শণী হৰ পাৰিছিল। ৰঙ্গনাদৰ গুণ আৰু সুম বৃদ্ধৃিত ক চাহাবৰ আনৰ সীমা নোহোৱা হল। চাহাবৰ চেষ্টাত বন মােৰ টকাৰ এটি চাকৰিও পালে। বতে লিখা পড়া শিকি কোনোমতে এটা চাকৰি পালে আৰু খি। পাৰ চক্ষ অনাৱক বুলি বিবেচনা করে। কিন্তু এই কথা জনাৰ গাত বিপ- ৰীৰূপে প্রকাশ পাইছিল। তেওঁ নিজৰ কামৰ পিছত যি অলপ অ.জবি পাইছিল সেইখিনি সময় বিদ্যাচচ্চত্র নিয়াইছিল। তামিল' ভাষা . নদৰ মাতৃভাষা আছিল, গতিকে তেওঁ তেওঁৰ মাতৃভাষা বিশেষ মনযোগ দি শিকিছিল। সংৰুত ভাষা তেও উমৰূপে শিকিছিল আৰু ইংৰ জী কষতে। তেওঁৰ প্রগাঢ় পাণ্ডিত্য অগ্নিমিল। লাহে লাহে তেওঁ পিপি, কাণৰী আৰু পাৰ্চী ভাষা শিকিবলৈ প্রবৃত্ত হল আৰু অতি অলপ দিনৰ ভিতৰতে তেওঁ ওপৰত কোৱা প্রত্যেক ভাষাতে সম্পূর্ণ ৰূপে প্ৰঙুত্ব লাভ কৰিলে। ফ্লিা চাৰ লগে লগে ৰগৰদৰ অধিক অৱস্থাও উন্নত হৈ আহিল।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০০৬
অৱয়ব