পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৬ ( খ, ১২শ সং । মইও নক কথা; চেনেহৰ তাৰ চার্চে ছিগি গ'ল, কোনে নো কৰি বেথা।। মনতেই ৰ'ল মনৰ কথাটি | অাৰু তে হল কোৱা; ৰীণৰ লগতে জয় পৰি গল । বুকু-জোৰ ভ-পােরা। প্ৰাণৰ কুলি ঐ কিনো গাবি খাশ, কোনে নাে ধৰি সুৰ; ধুনীয়া হাঁহিটি কোনে নো হাহিৰ হিয়া উলাই মােৰ ? তুলিল ফুল, কলিতে সৰিল, হিয়াত ছবিটি ল; দয়া মায়া এৰি কোন শহুরে এনেকুৱা কৰি গল? যােগেশচন্দ্ৰ বৰা। ৰঙ্গনাদ শাস্ত্রী। | মাদ্রাজ প্রেচিডেঙ্গীৰ চিত্তৰ নগৰৰ কোনাে এখন গাৱত ১৮১১ ষ্টা- কত ৰঙ্গনাদ শাস্ত্রীৰ জন্ম হয়। এওঁৰ পিতা এজল বৰ সংস্কৃত ভাষানুৰাগী পুৰুষ আছিল আৰু সেই ভাষাত তেওঁ সম্যকরূপে শক্তি লাভ কৰি ছিল। সেইদেখিয়েই বঙ্গনাদে তেওঁৰ বাৰ বছৰ বয়সলৈকে পিতাকৰ পৰা-সংস্কৃত শিক্ষাৰ বাহিৰে আন কোনো শিক্ষা কৰিব পৰা নাছিল। ৰাৰ পাৰিবাৰিক অবস্থা বৰ ভাল আছিল; আন কি নিৰ মাটিৰ খাজামাও নিয়মিৰূপে শােৰাব নােৱাৰাৰ নিমিত্তে নাৰ পিতা কাৰাবাস খাটিব লগীয়াত পৰিছিল। কাৰৰ এনে শোচনীয় অবস্থা, তাতে