কাতি, ১৮৩৩। | মণিপুৰ-যাত্রা। থে অলপ কেনেবা কেনেব। নেলখিশ এনে কথা শপত খাই কব নোৱাৰে। গাড়োয়ানটোৱে দুই চাৰি কথাৰে হুংকণাং আমাক বুজাই দিলে যে ইয়াত এজন মণিপুৰীয়া দাৰোগ আৰু কিছুমান কৰিবল, থাকে। আৰু আমাৰ এজনক মাতিছে। বিদেশী নতুন মানুহক এই বানাতে পৰীক্ষা কৰি চাই হে ৰাজ্যৰ ভিতৰলৈ সোমাব দিয়া হয়। মােৰ লগৰীয়া বন্ধ কিনে খামালৈ যােৱা যখটা গােলৈকে ঠেলিয়ালে। এৰাব নোৱাৰি মইয়েই গাড়ীৰপৰা নামিলে। নটা কি হোটা মণিপুৰীয়া কনিষ্টবল দেখিলে। সিহতৰ কোপৰ মাত্র সঙ্গল। কিন্তু গাই-গৰিয়ে শকৱত সিহতক দেৰি মােৰ অধ। বুলি ভ্রম হল। মই একেবাৰে “বেপৰোৱাই ভাবেৰে থানাৰ ভিতৰলৈ সোমাই গলে।। খনাৰ ভিতৰক্ত কাগজপত্র দি অফিছৰ কোনাে চিল, বা বন্দুক পোছাক ইত্যাদি পুলিচৰ আন কোনাে চিন নেদেখিলে। অফল, বৰ গীশ বহল তক্তাৰ চাং এখন হে দেখিলে। এজন ভীষণকা গহীন গভীষণ ফীয়া মণিপুৰীয়া লােকক থিয় হৈ কিবা লুংখুক কৰি থকা দেখিলে; অনুমানত বােধ হল তেৱেই দাৰোগ।। মই ভাবিছি, দাৰোগা যেতিয়া তেওঁ নিশ্চয় ইংৰাজী জানে। সেই বিশ্বাসতে তৃণাং মই তেখে সঙ্গে- ন কৰি কলে "Good morning, Sir, we come froin Assan and want to go to Monipur for sightseeing. I hope you will permit us to proceed," দাৰোগাই মূৰ জোকাৰি আৰু ভ ডাত্তি official মেজাজেৰে মোৰ good morning" ওভোতাই দিলে আৰু মুখেৰে কেইঅাষাৰমান মােৰ অবোধ্য কিবা কথা ফলে। কনিষ্টলবোৰে ঢেকুটোই হাঁহিবলৈ ধৰিলে। সিহত মোৰ পাছে পাছে বাহিৰৰপৰা খালাৰ ভিৰলৈ আহিছিল। মই বুজিব পাৰিলে, গাৰােগই ইংৰাজী নেজানে। মােৰ ইংৰাজী দাৰোগাই নুবুজে, গাৰোগাৰ মণিপুৰীয়া মাত মই বুজে। দাৰোগাৰ গহীন মুখতো অলপ হাহিৰ ছাঁ পৰিল। শেষত তেওঁ এৰাৰ “বাও বুলি, আমি আগ বাঢ়িব পৰাৰ অনুমতি প্রাপল কৰিলে। মই গাৰৰ পাক আকৌ goodbye" কৰি কনিষ্টবলবোৰৰ হাঁহিৰ মাজেদি আহি গাড়ী উঠিলোহি। এই ঘটনাটো বটত ভালেমান পৰলৈকে আমাৰ এটাই কিনৰে ৰ তামোচাৰ বিষ হৈছিল। কিন্তু মাৰােগাৰ চেহেৰাই আৰু নিষ্টবলবােৰৰ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০০১
অৱয়ব