বহী। (২য় ৰছৰ, ১২শ সংখ্যা। তপতোৱা হৈছিল। গড়ে!ৱান কিটাই কাণৰে থাকি এটি ঘুমটি মাৰিলে। ভালেখিনি ৰাতি থাকোতেই গাড়ী এৰি দিলে। আমি গাড়ীত দীঘল দি গলে। হয় কিন্তু টোপনি নাহিল। কেনেবাকৈ গাড়ীয়েছাৰিয়ে কুৰুলৈ বাগৰি যায় বুলি ভংতে টোপনি অামাৰ নাহিল। মই সাৱধানে মুৰ উলিয়াই যিমান দেখা পাওঁ চাই যাবলৈ ধৰিলে। কিয়নো, কেৰাৰে টোপনিৰ জালত গাড়ে ৰাটোৰ চকু মুদ থোৱাত গাড়ী ফুৰুঙৰ একেবাৰে পাতি পাইছিল গৈ ; পাহৰ পভোৱানৰ চিঞৰত সাৰ পাইহে সি গাড়ী চালিছিল ! আমাৰ লেখিয়া মহামূলীয়া জীৱকিটালৈকো তাৰ এনে উদাসীন ভাব দেখি তালৈ আমাৰ সেই সময়ত যে নথৈ খং উঠিছিল সেইটো বোধকৰে। প্ৰকাশকৈ কব নে- লাগে। কিন্তু এনে ঘটনাৰ পাছত টোপনিয়ে আমাৰ চকুৰূপৰা সম্পূর্ণরূপে বিদায় ললে। জীৱন ডাঙৰ নে টোপনি ডাঙৰ? ধন্য মণিপুৰীয়া গৰুৰ স্বাভাবিক বুণি ! মহলে, জীৱনলৈ এনেদৰে আহেলা কৰা এই গাড়ােৱানৰ হাতত পৰি আমাৰ কিবা এটা বিপদ ঘটাত একো আচৰিত নাছিল। মণিপুৰীয়া পত্রিহুট বলদ গৰুবোৰৰ দৰে ডাঙৰ নহলেও আমাৰ অসমৰ সাধাৰণ গৰুতকৈ ভালেমান ডাঙৰ আৰু পৰিশ্ৰমসই। গৰুবােৰৰ পৰিশ্ৰমলৈ চাই সিহতলৈ আমাৰ বৰ মৰম লাগিছিল। নিমাত জন্তু বেচেৰাহত। মানুহৰ কাম কৰি জীৱন পাত কৰিবলৈকে সিহতৰ জন্ম । সিহতে বিপজ্জনক পতীয়া ৰাটত নিজেই সাৱধান হৈ গাড়ী টানি নিয়ে। কেনেকৈ বৰ আওলীয়া ঠাইত শাড়ী পৰি সিহতৰ শক্তিৰ অতীত অৱস্থালৈ গলেহে পড়ী মৰা পৰে। | বেলি ওবৰ অৰূপ পাছতে আমি “মৌখানা” অভিডা পালেগৈ। ইয়াত ডাকবলা আছিল নে নাই এতিয়া মনত নপৰে; কিন্তু এটা কথাৰ বাৰে খালাটোৰ কথা হলে খুব মনত আছে। যা কালে আলিৰ সমানে সমতল (পৰ্বৰ ঠাই এডোখৰত “মৌখানা অৱস্থিত। ইয়াৰপৰাই মণিপুৰ ৰাজ্যৰ সীমা আৰস্তু। সেইৰাৰে মণিপুৰৰ ৰাৰ তৰপৰা ইয়াত এখন “খান।” পাতিছে। আমি ' শাড়ীৰপৰা ভুকিয়াই থানাটো চাই নোটাতেই থানাৰ মানুহে মখিপুৰীয়া দোৱালেৰে ৰিঙিয়াই গাড়ী ৰখাৰলৈ কোৱাত গাফোনে গাড়ী ৰখাই আমাক পানালৈ যাবলৈ ফলে। “খান।আৰু “পুলিছ” এই দুই নামত সকলোৰে অলপ অল্প অলপ কয় লাগে। অামাৰ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০০০
অৱয়ব