সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহী। [১ বছৰ, ৩ সংখ্যা মুনি চাই আহে, মধাৰি পিন্ধাই আহে, ঘঁহিৰ মাধুৰী পিও আনন্দত তাহে। জল মীনাথ যে বৰুৱা। সম্পাদকৰ চৰা। পানী-লগা। পানী লাগি কষ্ট নোপোৱা মানুহ নাই; বিশেষকৈ কালি। এই কাকতৰ সম্পাদক পানীলগাই এই কালিতে গৰি শাৰ দুখ দিবলৈ পাহৰা নাই। সেইবাবে আজি পানীলগাৰ জন- গতি বিচাৰিব খুজিছে। | চাৰুকলৰ ভিতৰত এনে অনেক আছে যি পানী-লগাৰ গুৰিত এবিধ জীৱাণ আছে বুলি ভাবে। বাহিৰৰপৰা ভাৰতলৈ আমদানি" যে নৰিয়াৰোৰ ভিতৰৰ ইনৱেজাৰ ৰিতেও জীৱা বুলি ভাসলে বিৰ কৰিছে। ইনৱো পানীৰে বৰটোৰ বাহিৰে আন একো নহয়। পানী-শাৰ বাৰে এগৰীয়া জীৱাণু অৰ্থাৎ ক্ষুদ্ৰাতিক্ষুদ্ৰ পোকৰ কথা সতি এৰি, পানীলগাৰ সাধাৰণ দুটা চাইটা কাৰণৰ কথা আমি আলচ কৰিব। পানী-লগাৰ এটা যাই কাৰণ হৈছে, মানুহৰ শাটো মূৰটোতকৈ সৰ ভপত হোৱা। পা, হাত, পৰি; কাপোৰেৰে ভালকৈ গৰি মূৰটো নাকি আৰু নাৰ হাতত পেলাই দিলেই কাৰে তাৰ ওপৰত বৰ-মতা ওলায়। সেইদেখি গাৰ চকোনেৰে সৈতে মুৰৰ কোৰৰ নাম ৰাখিব লাগে, অভঃ ৰাতি শশাঙতে। কেননাৱে ৰালি কাপোৰেৰে কাৰে যু আৰু মূৰ চাৰি মাৰি শোয়ে। সেটা যে কাৰ। মূৰটো কি আগেই; আৰু মূৰ চাৰিলে এয়েৰি নাই; কি শাক চাটো ৰ। তেনেকৈ , নিশাত গুলো নিত আৰাৰ আকৌ ইংৰীৰ ভিল সোমাই যত নি কৰিব। আৰু