এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
বহল ব্যাকৰণ।
কৰিবলৈ কেতিয়াবা লোক চিন্ যোগ দিয়া হয়। এই চিন্ যোগ নিদিয়াকৈও ইয়াৰ বহুবচন হয়।
| বিভক্তি | একবচন | বহুবচন | ||
| প্ৰথমা | মই | আমি, আমালোকে | ||
| দ্বিতীয়া | মোক | আমাক, আমালোকক | ||
| তৃতীয়া | মোৰে মোকদি |
আমাৰে, আমালোকেৰে আমাকদি, আমালোকেদি | ||
| চতুৰ্থী | মোলৈ মোক |
আমালৈ, আমালোকলৈ আমাক, আমালোকক | ||
| পঞ্চমী | মোৰ পৰা | আমাৰ পৰা, আমালোকৰ পৰা | ||
| ষষ্ঠী | মোৰ | আমাৰ, আমালোকৰ | ||
| সপ্তমী | মোত | আমাত, আমালোকত |