পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাতী-তাতী নালাগেই
 উঠি ফুৰিবলৈ
ৰকেটতে যাব পাৰোঁ
 তোমাৰ কাষলৈ।”

“আহাঁ তেনে, আহাঁ তেনে
 বেজি নিবল'ই-,
তেনে এটা বেজি আছে
 তোমাক দিবল'ই॥

পাত-চোত নালাগে একো
 তেনে বেজিৰ বাবে
(তোমাৰ) হিয়াখনি আছে নহয়!
 গাঁথি দিম তাতে।”

* বনৰ বন্ধুৰ মনৰ খবৰ॥৪৩॥