পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গাড়ীয়ে গাড়ীয়ে
 মালীয়ে আনে।
  গোবৰ পচন সাৰ
 মা দেউতাই
  টাব আনি দিয়ে
   মাটিও ভাৰে ভাৰ॥
 নাৰ্চাৰীৰ পৰা
  ইমান টকা দি
   গছ পুলি আনো কিনি
  একোটা পুলিৰ
   যিমান হে দাম
    বিচুৰ্ত্তি খাবা শুনি॥
  ‘তুমি তোমাৰহে
   দুখ বুজিছা
    আমালৈ ভাবিছে কোনে
   আমাৰ মনত যে।
    দুখ লাগিলেও
     হাঁহি ফুলিব লাগে!
   আমাৰ মাহঁতৰ
    হাত ভৰি কাটি
     ‘কলম’ কৰি যে দিয়া

বনৰ বন্ধুৰ মনৰ খবৰ॥ ২৮॥