পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৩০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

“সংখ্যাতো বোলে তাকৰ ইয়াত
 আখৰোট, পেষ্টা ফল,”
“ডাল ভৰি আমি লাগি দিওঁ বুলি
 চবেই পাইছে ছল॥”

কঠালে কথাটো ঠিকেই কৈছিল
 সাৱধান নহ’লে আমি
কোনোবাই এদিন সৱাৰে মূৰত
 খাব কঠাল ভাঙি॥

*বনৰ বন্ধুৰ মনৰ খবৰ॥২৫॥