পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘আগলৈ এনে কাম কেতিয়াও নকৰোঁ
ইবাৰলৈ ক্ষেমিবা হ’লে॥’

আপোনপেটীয়া গাইগোট ভাব
এই মেজিতেই দি জাহ্
ন-মেজি জ্বলাই আলুও পুৰিম
মজা হ’ব বাঃ বাঃ॥
সকলোৰে কথা ভাবি সকলোৱে
মিলি জুলি কৰিম কাম,
মাঘৰ বিহুৰ দিনাই সঁচা
মিলনৰ গীত গাম॥

*বনৰ বন্ধুৰ মনৰ খবৰ॥১৩॥