পৃষ্ঠা:ফুল.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সামৰণিত কবলগীয়া এয়ে যে ফুলক লগ পাবলৈ যিসকলে ইমান দিন আগ্ৰহেৰে বাট চাই আছিল, তাইক হাততে পায়ো যদি তেওঁলোকৰ সেই আগ্ৰহ সমানে থাকে, তেনেহলেই তাইৰ অভিভাবক যথেষ্টৰূপে পুৰস্কৃত হ’ব। অলমতিবিস্তৰেণেতি।

তেজপুৰ।
১ ফাগুন, ১৮৪৫ শক।
বিনীত নিবেদক
গ্ৰন্থকাৰ।