উছৰ্গা।
মাতৃ-ভাষা-সেৱা গুটি হিয়াত পচাই, কৰিছিলোঁ যতনেৰে পতি সৰ্ব্বদায়। তাৰ ফলে পুলি গজি ক্ষুদ্ৰ “ফুল” পাহি, যদিওবা গন্ধহীন দিছে দেখা হাঁহি। উছগিলোঁ তাকে ভৰি প্ৰীতিৰ শৰাই, অসমীয়া ৰাইজক; যেন নিঘিণায়।
৪ চ'ত১৮৩০ শ'ক
লিখক।