সমললৈ যাওক

পৃষ্ঠা:পৰিচয়.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তৰুণ কবি হিৰণ্যৰঞ্জন কলিতাৰ
হিৰণ্য-গ্ৰন্থাৱলী (প্রথম ভাগ ) ।
বোর্ড বন্ধা —৩৲, ৰাজ-সংস্কৰণ ৫৲ ।
গ্ৰন্থাৱলীৰ কিতাপবিলাক বেলেগেও কিনিবলৈ পোৱা যায় ।

১। হিৰণ্যৰঞ্জন (জীৱনী) ... ... ৷৷৹
২। বিপ্লবী আৰু বীৰনাৰী (কবিতা) ... ... ৸৹
৩৷ বনফুল ( " ) ... ... ৸৹
৪। কলিযুগ (খুহুটীয়া কবিতা) ... ... ৸৹
৫। মৌ-চাক ... ... ১৲

 'কলিযুগ' আৰু ‘মৌ-চাক'— অসমীয়া সাহিত্যত আপুৰুগীয়া সম্পদ হৈ ৰ'ব । ”  “ ⸻ বিহলঙনি” ( ২৭।৮।৫০)

হিৰণ্য-গ্রন্থাবলী ( ২য় ভাগ ) — যন্ত্রস্থ।

ইয়াত আছে :—
১। বসন্তৰ পৰশ (গীতি-নাট্য)।
২। পাষাণ দেৱতা (নাটক)।
৬। ভদ্রলোক (ধেমেলীয়া নাট)।
৪। নাট-ঘৰ (৫খন এক দৃশ্যৰ চুটি নাটক)।
৫। প্রবন্ধাবলী (বিবিধ প্রবন্ধ)।
ঠিকনা :-
১। হিৰণ্যৰঞ্জন গ্ৰন্থকুটী, তেজপুৰ, অসম ।
২। বি, আৰ, কলিতা এণ্ড কোং তেজপুৰ, অসম ।