१० পৰাচিত [ চতুৰ্থ অঙ্ক এ, মৈ। তিক ঐছে না ঐছে দেহি। ( শিৱই এখন এখনকৈ দেখুৱায়, কিন্তু এৰি নিদিয়ে। ) ( লগৰীয়া কেইটাক ) তিক তো ৰসীদ ঐছে। প্ৰ, মৈ। টেহা দে। ( শিৱই সিহঁতলৈ চাওঁতেই প্ৰথমটোৱে থাপ মাৰি দলীলকেইখন লয়। ) শিৱ। টকা! মোৰ টকা! দ্বি, মৈ। টেহা তো আগেই দি দিছি। আজ দুই বচ্ছৰ ধইৰা খেত খলা কইৰা দিছি। আপনাৰ লাইগা যে ৰহন জেল খাটে সেই ৰহম কইবা দিছি। আমাৰ ভয়েতে এই বস্তীৰ ঐছে। লোকনাথ বাবু সবগুলি মানুষ গোলামেৰ মতন পলাইয়া গিয়া নিস্তাৰ পাইছে। তিন চাৰ হাজাৰ টেহাৰ কাম ঐছে। এ, মৈ। আমাৰ কাম তো অহন শেষ। কিন্তু যাইবাৰ সময় অমৰা খুব সাবধানভাবে যাওন দৰকাৰ। আমৰা তো যায়েম গা। গেলে গা পিছে কিজানি কুনু দিগদাৰি কৰন নাকি, হেই লাগি কিছু কষ্ট দেওয়ান লাগে। ( আটাই কেইটাই ধৰি শিৱ আৰু মদনক চকীত বান্ধে। ) শিৱ। তহঁতৰ দৰে পশু আৰু জগতত নাই। এ, মৈ। কিয়া আপনি যে এই কতা কইলা? আপনি যেমন বেইমানি কৰছুন আমি তো হেই বহম বেইমান না। আপনি তো কৈছিলান ডাহাইত, অহন মনে কৰলে দুই একডা
পৃষ্ঠা:পৰাচিত.pdf/৮২
অৱয়ব