পৃষ্ঠা:পৰাচিত.pdf/৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
দ্বিতীয় অঙ্ক।
প্ৰথম দৃশ্য।
এডোখৰ চপৰানি মাটি। তিনটা মৈমনচিঙীয়াই ভাঙি গুৰি
কৰে আৰু বন-পাত বাছে।

 প্ৰথম। কাল জোৰ-জুলুম কৰ্ ছিন, আমি দড়ায়াম মনে কৰ্ ছিন।

 দ্বিতীয়। মড়লে বৈছিন যে এই বচ্ছৰ খেত-খলা কৰ, চামনে বচ্ছৰ পট্টা পাইবা; আমি দেই দিয়াম; তোমৰা তাৰ জন্যে চিন্তা কইৰো না।

 তৃতীয়। বাৰ বিঘা মাটি জংগল আছিন। এই মাটিডা দিলে ছয় শ টেহা দিবাৰ কতা আছিন। তাৰপৰ এক শ টেহা আগে দেওয়া ঐছিন। টেহা পাইবাৰ লোভে এতখানি কৰবাৰ মনে আছিন।

 প্ৰথম। চিন্তা কইৰা দেহলাম আমাৰ কিন্তু লোকচান পৰ্ ত না এবং যদি কিনবা চাই তা ঐলে বাৰ তেৰ শ টেহা পৰবে।

 দ্বিতীয়। এহন পট্টাদাৰে কোনডা যে কৰে তা তো কইয়া হাৰবাৰ পাৰি না। খদাই জানে তা।

 তৃতীয়। কি কৰ্ বাম! শিৱ বৰুৱাই কৈছে হে সাহায্য না কৰ্ লে কুনু কৰ্ বাৰ কতা না। হি তো আমাৰ দিগেই টান টানে। অহন্ কিজানি তাৰা সবেই জানে।