সমললৈ যাওক

পৃষ্ঠা:পৰাচিত.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাৱৰীয়াসকল

 মােবাৰক—বয়াসয়াল সম্ভ্ৰান্ত অসমীয়া মুচলমান।
 শিৱ বৰুৱা—অল্প শিক্ষিত ধনী মানুহ।
 মদন—শিৱৰ পুতেক।
 লােকনাথ—উৎসাহী গ্ৰেজুৱেট।
 পুনাই—মদনৰ বন্ধু ।
 ভকতৰাম—আদহীয়া গাৱঁলীয়া মানুহ।
 মনােমােহন—স্বয়ম্ভূ ডাক্তৰ।
 পেটুৱা—বেজ।
 ডাক্তৰ ফুকন—শিক্ষিত ডাক্তৰ।
 নেনাই মেধি—হােজা গাৱঁলীয়া ভকত।

 বিহুৱা

 ভেকোলা
   } —গাৱঁলীয়া ডেকা।

 বচিৰ—শিৱৰ চাকৰ।
 ধৰম—দোকানী।
 পাঁচোটা মৈমনচিঙীয়া, কেইটামান গাৱঁলীয়া মানুহ, এটা মগনীয়া, দহােটা অসমীয়া ডেকা মুচলমান।

⸻