পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থ দৰ্পণ। ক্ষমতা চলাব নোৱাৰে; কিন্তু এও সকঃ ৰ আত্মাই। জগতৰু কল্যাণাৰ্থে, নিজ দেহ এৰিও, বহিৰ্জগৰ গোটেই বস্তুৰ ওপৰত ক্ষমতা চলাই থাকে। ৩। সাধাৰণে, যি বিদ্যা গুৰুৰ মুখে শিকি উপাৰ্জন কবে, এও ৰিলাকৰ আত্মাই, তেনে সমুদায় বিছা, বিনা শিক্ষায় লাভ কৰে। সকলোৱে জানে, যি জন স্বাভাবিকে, অলপ চোকা বুধিয়ক আৰু যাৰ আত্মা কিছু পৰিমাণ পিপী, তেনে জনে বিনা শিক্ষা কেনো ২ সিদ্য' ... পাৰ্গত। সাধাৰণৰ ম'তে, যে যা তেনে উ•7. 'খা যায়, তেতিয়া যি সকল মহাপুৰুষ তাসাধাৰ। ৰ গৰাকী আৰু যিবিলাকৰ অৰ, পৰি ম* • • কেতিয়াও ছুব পৰা নাই, সেই সকলে যে, 1 •! শে, বিনা শয, সব গো বিছা, সব লো জ্ঞান ও } 'লৈ সমৰ্থ, ৩াত একণো সন্দেহ নাই। এনে? প জ্ঞানক যে মে-লাছুয়ি অৰ্থাৎ দৈবিক ভান ২” 07 এই সমন্ধে খে দা-তায়ালাই কৈছে, “আৰু আমি •ৰু হ'ৰ ফালৰ পৰা জ্ঞান শিকাইছে”। | যি জনে ওপৰত বৰ্ণিত তিনি খণ, পূৰ্ণ মাত্ৰাৰ পাইছে, তেওঁ হয় আটাইতকৈ ৫'জন পয়গম্বৰ, নহয় আটাইত কৈ ডাঙ্গৰ ওলী। কোনো জনে সেই তিটা গুৰ, অকল এটা পূৰ্ণ মাত্ৰায় পালেও, উল্লিখিত মহাত্মা