পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ কৰ কাৰণে হলেও সৌৰভ বিলাই মনৰাজ্যত তাৰ চাব যুগমীয়া কৰি যায়। সেই ক্ষন্তেকীয়া দৃশ্যয়ে৷ ক্ষন্তেকতে মাৰ গৈয়ে৷ অন্তৰত চিৰদিনীয়া স্মৃতি ৰাখি থৈ গন। স্বৰ্গতুল্য অমিয় মধুৰ দৃশ্যবোৰৰ সাঁচ অন্তৰত এতিয়াও বহি আছে- কাৰণেই কোনো সৌন্দৰ্য্যময় দৃশ্য দেখিলেই সদায়েই মনত পৰে— ক্ষন্তেকতে মাৰ যোৱ৷ সেই স্বৰ্গীয় মধুৰ দৃখলৈ। সেই স্বৰ্গীয় দৃখ চাই তঁতাই সপোন ৰাজ্যৰপৰ ঘুৰি অহাদি বাসস্থানলৈ ঘুৰি আহি ফল অঙ্ক গান্ধীৰ মাথোন খাই বাতিটোৰ কাৰণে বিশ্ৰাগ ললোঁ৷ ৰাতি সপোনতো দেখিলোঁ। সেই দিঠকৰে সপোন! চিদিন। ধপুৱাতেই উঠি হাত মুখ নোধোৱাকৈৰে আকৌ পূৰ্ব্ব ৰাত্ৰিৰ সপোনপুৰী সেই অন্তৰীপৰ অন্ত্য কোণলৈ ঢাপলি মেলিলে॥ ঠিক সাগৰৰ পাৰৰ কোণতেই এটি হিন্দু মন্দিৰো আছে। মন্দিৰটিৰ নামো “কন্যক৷ কুনাৰী”য়েই। এই বিষয়ে এটি আখ্যানো আছে। পুৰাণত পোৱা যায় হেনো, কোনো এগুগত চাবন মুনিৰ কন্যকা নামৰ পালিত! কা৷ এগৰাকীয়ে সদাশিৱক বিয়া কৰাবলৈ প্ৰৱল ইচ্ছা কৰি প্ৰস্তাৱ কৰিলত ভোলানাথ মস্তি নহল। সেই কাৰণেই সেই ঋ’ব-কুমাৰী সিহকুমাৰী ব্ৰত অৱলম্বন কৰি ভাৰত ভূমিৰ একেবাৰে দক্ষিণ শ্ৰেণৰ মূৰত আহি থাকিলহি আৰু তাৰে পৰাই কৈলাসভূমিত থক। বম্‌ভোলা ভোলানাথ সদ-শিৱব ৰূপ-সৌন্দৰ্যৰ প্ৰতিম৷ অদ্ভবত ৰাখি যপিবলৈ ধৰিলে। সেই কুমাৰীৰ নাম অনুযায়ী উক্ত মন্দিৰ স্থাপিত হল। * এতিয়াও সেই মন্দিবৰ ভিতৰত “কন্যকা কুমাৰী” মূৰ্ত্তি আছে। এই মূৰ্ত্তিৰ প্ৰায় ভাগেই সোণৰ। লোককথিত এটা বিশ্বাস আছে যে সেই মুৰ্ত্তিৰ আগত যি কামনা লৈয়েই অৰ্চ্চনা কৰা যায় সিয়েই ফলবতী হয়। হিন্দু বুলিলেই বিশ্বাসৰ দাস। সেই তীৰ্থক্ষেত্ৰত পৰি ময়ো মোৰ অন্তৰ প্ৰৱল আকাঙ্ক্ষ! ভ্ৰমণৰ কামনা লৈয়ে অৰ্চ্চনা কৰিলে৷ হয়, কিন্তু সেই কামনা সিদ্ধি হল নে নাই মই হলে নিজে নেজানে!। মহাত্মা গান্ধীয়ে তেখেত্ত্ব “সত্য অন্বেষণ কাহিনী”ত লেখা “মানুহৰ মনৰ আন্তৰিক আৰু পৱিত্ৰ ইচ্ছ। সদায়েই পুৰণ হয় “কথা- শাৰীৰ সত্যতাৰ বাবেই হওক নাইব| এই কামনা সিদ্ধিৰ কাৰণেই হওক অথবা সেই কাৰণে 48

  • আমাব শোণিতপুৰৰ তেজপুৰ চহৰৰপৰা অলপ দুৰৈত থকা ভোমোৰাগুবি পাহাবৰ

পূবে কদ্ৰপদ নামব যিচটি শিলা আছে সেয়েই হেনো চ্যবন মুনিৰ পালিতা কন্যা কণ্যকা আইদেউৰ জপ কৰ| থান বুলি বহুতে কয়। ইয়াৰ পৰাই এই কণ্যক। কুমাৰী গৈ কুমাবাঁক অন্তৰীপত বাস ললেগৈ বুলি ধৰিব পাৰি।