পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়৷ ভাষাৰ বৰ্ত্তমান লেখা প্ৰণালী আৰু আগৰ যোটনিৰ সম্পৰ্কে ced as they are written + + + the defenders of the spelling and vocabulary of conservatives. But this is a modern Bengali call them mere playing with words. If that is the meaning of the term, then an English con servative is a person who wishes to retain all the civi lization and all the complex national existence of this year of Grace 1899, but to administer him by the Laws of Ira of Wessex-to change the metaphor-by all means, let the writers of Bengal (now the writers of Assam, ওপৰত উলুকিউৱা writer ৰ দৰে ) write in Sanskrit if they like (and if they can ) but they have no right to misuse their Vernacular by sending her out into the world mus- quearding in the clothes of her great grand mother." এইবিলাক আমাৰ লেখাৰ প্ৰণালীৰ দোষ নুবুলি কি বুলিম? আৰু ই আমাৰ যোৱা ৩০130 বছৰৰ আমাৰ ভাষাৰ উন্নতিৰ কালতে ঘটিছে। যদি ইয়াক ভাষাৰ দোষ বুলি ধৰে, তেঃৰ্ষ্ট ইয়াৰ এটা বিধান কৰা উচিত বুলি নধৰে নে? অসন সাহিত্য সভা অংৰু সভাৰ সন্মিলনেই ইয়াৰ বিধান কৰোতাৰ ঘাই স্থল বুলি মই ভাবে। লেখা প্ৰণালী আৰু আধৰ যে'টনি দুয়োটাৰ এট। নিতান্ত আলোচনাৰ আৱশ্বক হৈছে যেন অনুমান কৰিয়েই আজি মই আপোনালোকৰ আগত থিয় দিছো। এই দুয়োটা কথাৰ এটা সজ আলোচনা কৰিবলৈ হলে, আমি আমাৰ ভাষাৰ গুৰিৰেপৰা অলপ-অচৰপ বিচাৰ কৰি চালেছে এটা পোন সিদ্ধান্ত লৈ আহিব পাৰিম হঁক বুলি মই বিবেচনা কৰো। আমি প্ৰথমতে আমাৰ আখৰ যোটনিৰ সম্পৰ্কে আলোচনা কৰিবলৈ আযাৰ আদি-পাঠ বা কথ কিতাপৰ পৰা আৰম্ভ কৰি চালে দেখিবলৈ পাওঁ যে আমাৰ বৰ্ণমালা সংস্কৃতৰ বৰ্ণমালাৰ অনুপাতে কৰা, অৰ্থাৎ সংস্কৃতৰ বৰ্ণমালা যি আৰু যিমান, অসমীয়া ভাষাৰ বৰ্ণমালাও সি আৰু তিমান। সংস্কৃতৰ বৰ্ণমালাৰ সকলোটি আথৰৰ আমাৰ ভাষাত উচ্চাৰণ নাই যদিও, আৰু সেই কাৰণে সংস্কৃত বৰ্ণমালাৰ আখৰ কেবাটাও অসমীয়াত বাদ দি চলিব পাৰে? যদিও, পণ্ডিতসকলে তাৰ আৱশ্যকতা কেবাট৷ কাৰণতো লাগে বুলি মত দিয়ে।