পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বজাব লাগিব টকা পেঁপা ঢোল উজনী নামনী জুৰি কণ্ঠ ৰোলেৰে অসম সপোন পুৰী। সেয়েহে পাতিছোঁ অঁকৰা অবৰা বিৰহী মিলন সভা শ্ৰীমন্ত মোহন তুলিছো আকাশী ৰভা বোৱাবহি নিজে মধুৰ মুৰুলী লৈ তোমাৰে৷ মাধৱ শ্ৰীগ্ৰন্থ ৰসিক তাল-সুৰধুনী ঐ। শ্ৰীকণ্ঠ মাধৱদেৱ বজাব মাধৱে কঁপাব লাগিব অসম শ্মশান মৃত কঙ্কালে কেউটায়ে মিলি মন্দাকিনীৰ ভাল যাৰ স্মৃতি কৰে সেৱ- ৰক্ত সাংস এনে সময়ত মান্নাবী মাধবে সঞ্জীৱনীৰ হাত মেলি মেলি সাৰ পাব নাকাল। সঞ্জীৱনীৰ গুপুঁত বতৰা আমাৰে৷ মাধৱ বুঢ়া ৰী পিন্ধিব শুভ্ৰ বাস উলটিব নিশ্বাস। সৱে সষ্টম হ'ব শিষ্য সেৱকে মুখৰিত হ'ব সাৰ পাই উঠি মধু মৃদঙ্গ আহিব আপুনি নিজে নিজে বাচি ল’ব বাদ্য যন্ত্ৰ নটী মন্দিৰাৰ সতে সুৰ সাধনাত বিহুৰ বলিয়া, আলিঙ্গনী বেদ গান্ধৰ্ব্ব্য মতে। সাঙ্গী-বাজ, মায়া শৃঙ্গাৰে দুয়ো একদেহী হৈ ৰাগ-সিন্ধুৰ জগাব জীবিত কৈ ভগা হিয়াখনো বন্দী নোহোৱা যদি চাবা, যাব বৈ মা'ৰি ক'লিজাত “প্ৰেম-অমৃত”-নদী। প্ৰীতি পত্ৰৰ ফুলিব প্ৰণয় নৃত্য কৰিব মিলন লগ্ন আতমাই পাব বল, বীণা-মহাৰাণী আকউ এটি দুটিকৈ প্ৰাণ পৰিভোষী তপ্ত শোণিত উপচিব কল, কল। আঁৰে আবুৰে ফুল দূৰণিতে শুনি আশ-মুচ্ছ না —অন্তৰীক্ষ t ৰাজ-কক্ষত প্ৰিয় প্ৰিয়া বিয়াকুল। ওঙ্কাৰে স'তে যোৰ থাই যাব চন্দ্ৰই কথা কয় চাপিব ওচৰ হিম; ত’লি হব শাঁত—” উদ্ভাসিত ক’ৰি আমাৰ মুখতে মাত লভিবা শাস্তি জীমুত মদ্ৰ একেটি শ্ৰুতিতে বয়— মধু যামিনীতে ৰাসলীলা এৰি পিন্ধিম ৰণৰ সাজ কিৰীটি কিৰিচ কৰচ সামৰি হ’ম চোতালৰ বাজ।