পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ সংগ্ৰহ কাব্যৰস কিছে৷ দিলোঁ। দুগ্ধক মথিলে যেন ঘৃত॥ ত্ৰিপুৰাৰ ৰজা মহামাণিক্য চতুৰ্দ্দশ শতিকাত বৰ্ত্তমান আছিল। অসমীয়া মানুহে আজি পদেপ্ৰমাণে যদি এইবোৰ কথা বঙ্গালী সুধীসকলক বুজাই দিব পাৰে তেন্তে দুয়েপ্ৰিদেশৰ ভিতৰত ভাষাসম্পৰ্কে হোৱা মনান্তৰৰ অস্ত পৰিব পাৰে। শ্ৰদ্ধা আৰু সন্মানৰ মাজত মিলাপ্ৰীতি লুকাই থাকে, যিলাপ্ৰীতি হলে মনান্তৰ আঁতৰি যাবলৈ বাধ্য। $8 মহামাণিক্যৰ বোলে গুপুত বতৰা আকউ আহিলোঁ। হাঁহিলো মাতিলে। নোৱাৰিলোঁ। ৰ'ব ঐ শৰাইঘাটৰে বাতৰি আনিছে! উৰুলীকৃত হৈ। পঢ়িলে শুনিলে, বুজিলে বাজিলে পালোঁ পালোঁ তাৰে চিন্ ধাননি বননি মননি কঁপাই বাজে মুকুতিৰ বীণ। পানী যুৱঁলীতে ফুট গধূলিতে ফুলিলে পদুম ফুল তাৰে সুবাসত বুঢ়া লুইতৰ মজিলে দুয়োটা কুল। পছমে পছমে পাহি চুমাচুমি পাত্তৰ আঁৰতে পেম দেখি পচোৱাৰ পাখি সৰি গ'ল ভাগিলে পুৰণি ভেম। এই শবদতে চক্ খাই উঠি সুৰুজে বুলিলে কোন? পুব আকাশত প্ৰতি উত্তৰ- “মই অসমৰ জোন" “তুমি যাবগৈ লইছ। মেলানি আকৌ পুৱাহে পাম - সেয়ে অসমৰ ডেকা গাভৰুৱে ল'লে চোন মোৰে নাম। সেয়েহে আহিছে', চোৱাচেঁ৷ উলটি যেনে মোৰ মায়!ৰূপ ডিঠকে সপোনে পোহৱ কৰিছে৷ অসম অন্ধকুপ। চোৱা দিলে৷ বাকি পানীৰ বুকুত জুলীয়৷ বিজুলী-সোণ সোণোৱালী শু’তি বোৱাব পাৰোত৷ মোত বাজে আৰু কোন? মৰা শিমলুক ফুলাব লাগিব ময়ে প্ৰাণৰেণু সিঁচি সাঁচিপাত থিল৷ ট্ৰাব লাগিব প্ৰেমপত্ৰেৰে বিচি।