পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

82 প্ৰৱন্ধ-সংগ্ৰহ ছ। এনি প্ৰকাশ হৈছিল স্বয়ং লক্ষ্মীপতি ভগৱন্তৰ নিজপুৰী সেহ বৈকুণ্ঠত, যেতিয়া শ্ৰনাৰাহণে তওঁৰ প্ৰিয় স্যাৰষদ জয়-বিজয়ে চাৰি সিৰ্দ্ধৰ ওচতে লগোৱ৷ অপৰাধ ভঞ্জন কৰিব নোৱাৰিলে আৰু পাৰিষদ দুজন সেই পৰম অনুপম স্থানৰ পৰা হতশ্ৰী হৈ পতিত হব- লগীয়া হল। জয়-বিজয়ক ক্ষম! কৰিবলৈ স্বয়ং শ্ৰীপতিয়ে ভক্ত চাৰিসিদ্ধৰ ওচৰত !<ফল অনুৰোধ কৰিব লগীয়৷ হৈছিল, “আপুনি ঈশ্বৰ হুয়া। বোলাহা কৰিয়ো দয়া॥” নাম-ধৰ্ম্ম মতে নামৰ অপৰাধেই হৈছে সকলোতকৈ ডাঙৰ অপৰাধ। এই অপৰাধৰ বিষয়ে কীৰ্ত্তন ঘোষ৷”ত আছেঃ— “সুহৃদ হৰি নাম সমস্তৰে। তাৰ অপৰাধ যি নৰে কৰে। তাহাৰ ৰক্ষাৰ নাহি উপায়। অৱশ্য সিতে। অধোগতি যায়॥ ✔ 4: C. হৰিয়ে! ৰাখিবে নোৱাৰে তাক।” নামৰ দশ অপৰাধৰ ভিতৰতো আকৌ ভকতক নিন্দ৷ কৰাটোৱেই ডাঙৰ অপৰাধ। জানিবা নামৰ স্ৰোহী পৰম॥ “ভকতক নিন্দা কৰে অধম। যাতহস্তে তৈল নামৰ খ্যাতি। তাৰ কি নিন্দ। নামে সহে অতি॥” কীৰ্ত্তন ঘোষা ঈশ্বৰ নিজৰ অপাৰাধতকৈয়ে৷ ভকতৰ অপৰাধহে বেছি ডাঙৰ অৰ্থাৎ অমোচনীয়, আন ভাষাত কবলৈ গলে বৈষ্ণৱ ধৰ্ম্ম ৰাজ্যৰ বিধান মতে, ব্ৰহ্মবধ, গুৰুবধ, পিতৃমাতৃবধ আদিৰ তো কথাই নাই, * ঈশ্বৰৰ দ্ৰোহ অৰ্থাং ঈশ্বৰৰ ৰাজ্যৰ ৰাজদ্ৰোহতকৈয়ে৷ ভক্তদ্ৰোহৰ অপৰাধ ডাঙৰ; ঈশ্বৰৰ অপৰাধ কৰিলে ঈশ্বৰৰ অনুগ্ৰহ মতে নিস্তাৰ পাব পাৰি।

“দেৱৰে৷ উত্তম কৰুণাকৰ। মুকুতি পাৰে যাত চৰাচৰ॥ যিতো থাকে তান দ্ৰোহ আচৰি। ভজিলে তাকে৷ নিস্ত!বন্ত হৰি॥” কীৰ্ত্তন ঘোয৷ কিন্তু ভকতৰ অপৰাধৰ পৰ৷ যে উদ্ভাবণ পাব নোৱাৰি তাৰ প্ৰমাণ জয়-বিভ্ৰমৰ আদৰ্শ বিচাৰ “হৰিয়ে৷ ৰাখিবে নোৱাৰে তাক”। শ্ৰীকৃষ্ণই বৈকুণ্ঠ প্ৰয়াণৰ সময়ত প্ৰিয়তম ভক্ত উদ্ধৱক এই বুলি সাৰ উপদেশ দিলে;- “শুনিয়ে৷ উদ্ধৱ তুমি ৰহ্য ভকতি। কৰিবা অভ্যাস তুমি স্থিৰ কৰি যতি॥

ব্ৰহ্মবধী গুৰুবধী যতেক। পিতৃমাতৃবধী পাপী অনেক॥ কুক্কুব খাম হেন ম্লেচ্ছ গণে। সিয়ো শুদ্ধহোৱে হৰি কীৰ্ত্তনে॥” কীৰ্ত্তন-ঘোষা।