পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈষ্ণৱ যথা দেৱ, নাম, গুৰু, ভকত ইয়াৰ বৈষ্ণৱ-মাৰ্গৰ শ্ৰেষ্ঠ অৱভাৰ monarchy ) সম্পৰ্কে কি কৈছে চাওক, সাহিত্যত গণতন্ত্ৰবাদ ভিতৰত ভকতৰ প্ৰাধান্যই সকলোতকৈ বেছি। শ্ৰীকৃষ্ণই ঈশ্বৰৰ গণতন্ত্ৰী ৰাজত্ব (limited শুনিয়ে৷ দুৰ্ব্বাসা মই নোহো স্বতন্তৰ॥ হওঁ মই ঈশ্বৰ সমস্তে জগতৰ। তথাপি অধীন মই ভৈলো বৈষ্ণৱৰ॥ তোমাৰ আগত মই কহে৷ স্বৰূপত। কায়বাক্য মনে মোৰ খাটে ভকতত॥ “মোহোৰ হৃদয় নিষ্ঠে জানিব ভকত॥ ভকতৰে৷ হৃদয় মইসে সাৰে সাৰ। যোতপৰে অনুমাত্ৰ নজানন্ত আৰ॥ মই ভকতত পৰে নাজানোহে৷ আন। কৰে। ৰাত্ৰিদিনে মাত্ৰ তাসম্বাৰ ধ্যান॥ কহিলে৷ তোমাত ইটে৷ তত্ত্ব নিৰন্তৰ।” “নিজভাৰ্য্য৷ লক্ষ্মী ইটো প্ৰিয়তম দেহ। সাধুজন বিনে আতে৷ নাহি মোৰ স্নেহ॥” “কিন্তু মোৰ ভক্তসৱ নিষ্কাম সদায়॥ তাতে৷ যেবে মই ব্য নভৈলো সম্প্ৰতি। মোভপৰে নাহি তেৰে পৰম কপটী॥” 85 ভক্তি ৰত্নাৱলী। “বুলিবা দেৱক ভজি পাইবা মাধৱক। কিসক কৰিব লাগে সেৱা মনুষ্য॥” প্ৰশ্নৰ উত্তৰত “ভত্তি-ৰত্নাৱলী”ৰ গ্ৰন্থকাৰে ঐকৃষ্ণৰ এই উক্তি উদ্ধৃত কৰিছে;- “শুনা যেন কৃষ্ণে বুলিলন্ত অক্ৰুৰক॥ তুমিসৱ মহাভাগৱত শ্ৰেষ্ঠতম সমস্তে লোকৰ তোৰা পূজনী উত্তম॥ মোৰ ভকতিক মাত্ৰ চাহে যিটো নৰ। নাহিকে ভজনী তাঁৰ তোমাসাত পৰ॥ আপোনাৰ কাৰ্য্যমাত্ৰ সাধে দেৱগণে। পৰকেসে অনুগ্ৰহ কৰন্ত সজ্জনে॥ এতেকে ভকত শ্ৰেষ্ঠ দেৱতাতো কৰি। নাহি সংসাৰত বিষ্ণু ভকতক সৰি৷” B M