পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

= সত্য-শিৱ নিজে ধৰি ধনুবৰ্পণ, হয় আবিৰ্ভাৰ, শঙ্কা হীন চিত বক্ষ গৰ্ব্বে স্ফিত, নৱ যুগ নৱ ভাৱে হয় আলোড়িত, ( আজি ) জাগে পুৰোহিত! অন্ধকাৰ ঠেলি, আলোকৰ ৰেখা, ধৰাত তুলিছে আনন্দৰ ঢউ, চেতনা লভিছে প্ৰৱন্ধ-সংগ্ৰহ অচেতন প্ৰাণ, অস্ত ভানু নবোদিত, ( আজি ) জাগে পুৰোহিত! শুশুভ্ৰ কেতন আকাশ চুমিছে, বিজয় বাৰ্তা, বিশ্বক জনাই ভবিষ্য নিজেই চোৱা শুভক্ষণ il হয় আহি উপনিত, ( আজি ) জাগ্ৰত পুৰোহিত! পৰ্ব্বত-কন্দৰ, সগ-গৰত, গগন-পবন, স্বাগত সঙ্গীত গাই, হ’ই উঠে উল্লাসিত— (আজি ) জাগ্ৰত পুৰোহিত