পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 ১২২. প্ৰৱন্ধ-সংগ্ৰহ ইয়াৰ দ্বাৰা দুটা কথা ওলাই পৰে — এই ঘে— চৰকাৰী ৰাজহৰ অতি কমথিনি খৰচ হয় লোকহিতকৰ কামত আৰু বেচি ভাগেই খৰচ হয় আন বিভাগত। অন্য পক্ষে খিনি লোকহিতকৰ কামত খৰচ হয় তাৰো বেচি ভাগ খৰচ হয় পৰিদৰ্শন ও নিৰ্দেশনত; আচল প্ৰজাই পায় অতি সামান উপকাৰ। এই নীতিৰে দেৱলীয়া জাতি এটাক তুলি অন৷ অসম্ভৱ। ৰাজহৰ কৰ আৰু শৰচৰ নীতি আমি আলোচনা কৰিলোঁ। ইয়াৰ পৰা এই খিনিয়েই মুঠতে পোৱা গ'ল :-.. (১) গৰিৱ প্ৰজাৰ ওপৰত কৰৰ বোজা দূৰ্বাহ ধনীৰ ওপৰত কৰৰ বোজা অতি কম। ( ২ ) (৩) মধ্যম শ্ৰেণীৰ ওপৰত কৰৰ বোজা নায়েই। একে শ্ৰেণীৰ প্ৰজাৰ পৰাই একে কৰকে তাৰতম্য ভাবে আদায় ( ৪ ) কৰা হৈছে। (৫) চৰকাৰী ৰাজহ লোকহিতকৰ বিভাগত অতি কম খৰচ কৰা হৈছে। বেচিভাগ নিছে – dry department বোৰে। (৬) লোকহিতকৰ বিভাগত যি খৰচ কৰা হয়, তাৰো ভালেখিনি যায় পৰিদৰ্শন আৰু নিদৰ্শনত। ( 7 ) যিখিনি প্ৰকৃত পক্ষে প্ৰজালৈ যায় তাকে! খৰচ কৰা হয় বেচি ভাগেই চহৰত। (৮) লোকহিতকৰ সমুদয় কামৰ দায়ীত্ব দিছে লোকেল বোৰ্ড” সকলক অথচ তাৰ বাবে উপযুক্ত টকা দিয়৷ হোৱা নাই। প্ৰতিকা ইয়াৰ প্ৰতিকাৰৰ বিষয় কবলৈ হলে ইয়াকেই কব পাৰি যে এই সকলোৰে এটি আমূল পৰিবৰ্ত্তনৰ দৰকাৰ। এই আমুল পৰিবৰ্ত্তনৰ সমুদায় কথা ইয়াত লিথা সত্তবে৷ নহয় আৰু উপযোগীও নহয়। মুঠ কথাত কলে গৰিৱৰ ওপৰৰ কৰ ৰুবোজা অন্ততঃ আধা কমি যোৱা উচিত আক তেওঁলোকৰ বাবে কৰা খৰচ অনেক গুণে বাঢ়ি যোৱ! উচিত। কথাটে। দেখাত অলপ আচৰিত যেন লাগে—থাজনাও কমিব অথচ খৰচৰ টকাও বাঢ়িব। কিন্তু চৰকাৰ থকাৰ উদ্দেশ্যই হৈছে প্ৰকৃততে সেইটো—To tax according to capacities and to give according to necessitics. ইয়াক কৰিবলৈ হলে শাসন খৰচ অনেক কমাব লাঢ়িব। এই খৰচ অনেক কমাব পাৰি। ঠিক কেনেকৈ কিমানখিনি কমাব পাৰ্ব, তাক চৰকাৰী কাগজ পত্ৰ নাগালে কোৱাটো সম্ভৱ নহয়। মুঠতে এটা কথা কব পাৰি চাকৰীয়ালৰ ইমান উচ্চ হাৰৰ বেতন