পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমাৰ জাতীয় দৈন্য আৰু ৰাজহনীতি মাত্ৰ ২৫ ভাগৰ ওপৰত আয়কৰ বহে। ইয়াকেই বোলে “বামুণ মাৰি শগুণ পোহা নীতি; এই নীতি পৰিবৰ্ত্তনৰ দুৰ্কাৰ। চৰকাৰী ৰাজহৰ খৰচ অসম চৰকাৰে বছৰি ২,৮২ লক্ষ টকা খৰচ কৰে। তাৰে ভিতৰত লোকহিতকৰ কামত খৰচ হয় মাত্ৰ শতকৰা ২৪ ভাগ। বাকী ৭৬ ভাগ খৰচ হয় আন বিভাগত। ২৪ ভাগৰ ভিতৰতো বেচি ভাগ খৰচ হয় পৰিদৰ্শন আৰু নিৰ্দেশনত ( Spervision and direction 3 ) 1 আমি তলত তাৰ হিচাপ দিলো। বিভাগ শিক্ষা ভাৰতীয় বিজাতীয় ডাক্তৰী লোকহিতকৰ বিভাগ খৰচ হাজাৰ ৩৪,৮৫ tb ১৪, ৪২ 6,78 } ১২১ অনুপাত ১১৮ t স্বাস্থ্য কৃষি পশু বিভাগ সমবায় 3,03 শিল্প '১৯ ২৮. অৰ্থাৎ ২,৮২ লক্ষ টকাৰ মাত্ৰ ৭১ লক্ষ টকা খৰচ হয় লোকহিতকৰ বিভাগত আৰু ২,১১ লক্ষ টকা খৰচ হয় আন বিভাগবোৰত। এই ৭১ লক্ষৰ ভিতৰতো বেচি ভাগ খৰচ হয় নিদৰ্শন আৰু পৰিদৰ্শনত। কৃষি বিভাগত চৰকাৰে গুটি, গছ আৰু সাৰ কিনিবলৈ থৈছে ৩৮০০০ টকা কিন্তু পৰিদৰ্শন আৰু নিৰ্দ্ৰ্দেশনত খৰচ হব ২,১৮,৫৪৪৭ টকা। শিক্ষা বিভাগত শিল্পৰ উন্নতিৰ বাবে দান দিবলৈ থৈছে ২,০০০ টকা, কিন্তু শিল্প বিভাগৰ ডিৰেক্টৰৰ দৰমহা বছৰি ৬৭,০০০ টকা। পশু বিভাগত হাস্পতাললৈ থৈছে ১৭,৬০০ টাকা কিন্তু পৰিদৰ্শনত খৰচ হব ৫৫,২১৪- টকা। স্বাস্থ্য বিভাগত সংক্ৰামক ব্যাধিৰ চিকিৎসাৰ বাবে থৈছে ১,৮৭ হাজাৰ টকা, পৰিদৰ্শনত যাব ৩,১৫ হাজাৰ টকা। 1: ডাক্তৰী বিভাগত ২;৯৬ হাজাৰ টকা খৰচ হব হস্পিতাল ও ডিস্পেন- চেৰীত। কিন্তু পৰিদৰ্শন আৰু জিলাৰ অফিচাক দিওঁতে যাব ৩,৭৬ হাজাৰ। ২৫ o't d