পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ প্ৰৱন্ধ-সংগ্ৰহ (২) বছৰি ২০০০ টকাৰ কম অয়িৰ অনা খেতিয়কসকলৰ ওপ-- . ৰত আয় কৰ নথক॥ (৩) যাৰ বছৰি ২০০০ টকা আয় তাৰ ওপৰতে অতি কম। তেনে ধনীতকৈও গৰিবৰ কৰৰ বোজা ৪ গুণ বেচি। ( ৪ ) জমিদাৰ সকলৰ গাভৰ ওপৰত আয় কৰ আৰু আন কৰ নথকা। এই ৪ দফাৰ প্ৰথম দফ। বিচাৰ কৰা হৈছে। ২য় দফাৰ কথা হৈছে বছৰি ২০০০ টকাৰ কম আয় থকা কোনো অন৷ খেতিয়কসকলে ( যেনে ডাক্তৰ, উকিল, বেপাৰী আদি ) প্ৰাদেশিক চৰকাৰক কোনো বক মৰ টেক্সকেই নিদিয়ে। অথচ, আগত দেখুৱাৰ দৰে একোজন খেতিয়কৰ আয় বছাৰ মাত্ৰ ১৫২৯ টকা, তথাপি তেওঁলোকৰ ওপৰত গড়ে বছৰি ১১৭ টকাকৈ কৰব বোজা আছে। বোজা' তেনেকৈ যি সকলৰ বছৰি ২০০০, টক। আৰ সি সকলে মাত্ৰ আয় কৰ দিয়ে। তাকো দিয়ে টকাত ৬ পাই কৈ। সেই কৰ নিয়ে ভাৰত চৰকাৰে৷ গতিকে প্ৰাদেশিক চৰকাবলৈ তেওঁলোকে অতি কন হে যদি দিয়ে। ই নিতান্ত অন্যায়। খেতিয়কৰ মুঠ আয়বভাগ খাজনা বুলি নিৰ্দ্ধাৰণ কৰা হয়, অথচ যাৰ ২০০০ টকা আয় তাৰ আয়কৰ টকাত ৬ পাই অৰ্থাৎ গৰিৱত কৈ ধনীৰ কৰৰ ৰেট ৪ গুণ কম। তদুপৰি প্ৰত্যেক বছৰে তেওঁলোকে হিচাপ দিবৰ ক্ষমতা আছে। যদি হিচাপ দি প্ৰমাণ কৰিব পাবে যে তেনে এজনৰ কোনো বছৰ ২০০০ টকাত কৈ আয় ১ টকাও কম, তেন্তে তেওঁ কৰ দিব নালাগে। অথচ খেতিয়কৰ হিচাপ দিবৰ কোনো ক্ষমতা নাই। মাটিত ধান হওক কিম্বা নহওক সি পুৰ৷ হাৰে থাঙ্গানা দিবই লাগিব। আয়কৰ আইনৰ এটা নিয়ম আছে যে যি হেতু মাটিৰ খাজানা আদায় কৰা হয়, সেই বাবে মাটিৰ পৰা খেতিৰ দ্বাৰ৷ হোৱ৷ উৎপন্নৰ ওপৰত আয় কৰ নালাগে। এই আইনেৰ আশ্ৰয় লৈছে জমিদাৰসকলে আক চাহ খেতিয়ক সকলে। জমিদাবসকলে কয় তেওঁলোক সকলে৷ খেতিয়ক মাটিৰ খাজানা দিয়ে, গতিকে তেওঁলোকৰ দি আৰ সিও খেতিৰ আয়। সেই বাবে তেওঁ লোকব লাভব কোনো অংশই আয় কৰত নপৰে। আগত দেখুৱ৷ হৈছে যে জমিদাৰ সবাৰ আয় ৮৭ লক্ষ টকা। এই ৮৭ লক্ষ টকাৰ ওপৰত আয়কব নাই। তেনেকৈ চাহ খেতি আৰব ৭৫ ভাগ থেতিব আয় বুলি ত্যাগ কৰা