পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমাৰ জাতীয় দৈন্য আৰু ৰাজহনীতি মটৰ টেক্স মটৰৰ ওপৰত টেক্স এইবেলি প্ৰাদেশিক চৰকাৰে যোগাইছে। কিন্তু ধনী সকলৰ যি ফাৰ্ষ্ট ক্লাস মটৰ তাৰ টেক্স বছৰি ২৫৭ টকা, অথচ পেচেঞ্জাৰ নিয়৷ যি ‘বাচ্’ মটৰ প্ৰত্যেকখনৰ ১৫০ টক॥ এইখিনি আদাৰ হয় পেচেঞ্জাৰৰ ওপৰত। গৰিৱৰ ওপৰত হেঁচা পৰিছে। সমানে পৰে। ৰেজিষ্ট্ৰেচন টেক্ম ধনী, গৰিব সকলোৰে ওপৰত প্ৰায় জঙ্ঘলী বিভাগৰ আয় ১৬ লক্ষ ২৪ হাজাৰ টকা প্ৰধানতঃ আদায় হয়। ৰেল কোম্পানীবোৰৰপৰ। আৰু কিছুমান আদায় হয় চৰকাৰৰ নিজৰ পৰ৷ আৰু কিছুমান আমাৰ মানুহৰ পৰা। ইয়াত ধনীৰ ওপৰত ৰয়েলটিৰ বোজা বেচি। কাৰণ কাঠ-পাত ধনীবোৰেই বেচিকৈ ব্যৱহাৰ কৰে। এই গোটেইথিনিৰ মুঠ হিচাপ ললে দেখা য়ায় :— লক্ষ টকা। তাৰ ৬৪ চৰকাৰৰ মুঠ আয়—-২৮৪ ভাগ টেক্সৰ দ্বাৰা, .২৪ ভাগ দিয়ে ভাৰত চৰকাৰে, ১২ ভাগ আন হিচাপে। টেক্মৰপৰা আদায় হোৱা ৬৪ ভাগৰ ৬০ ভাগ দিয়ে গৰিবে, ৪ ভাগ দিয়ে ধনীয়ে। এই ৬৪ ভাগৰ ভাগ মাটিৰ খাজানা, 85 জমিদাৰৰপৰা, ৯৭*৫ তাৰ ২৫ ভাগ আদায় হয় খাচ ভাগ আদায় হয় প্ৰজাৰগৰা। এই খাচ -মাটিৰ প্ৰজাৰ শতকৰ৷ ৭৭ জন অসমীয়া মানুহ। ওপৰত টেক্স গতিকে ইয়াতো বৰ্ত্তমান কৰৰ নীতিৰ দোষ চৰকাৰৰ এই কৰ নীতিলৈ চালে দেখা যায় যে ধনীৰ ওপৰত কৰ কম, অথচ গৰিৱৰ ওপৰত কৰ ধনীতকৈ বহু গুণ বেচি। ই ই নিতান্ত অন্যায়। কোনো সভ্য জগতত এনে নীতি নাই। বিশেষকৈ চাব লাগে এই কথা যে অসম চৰকাৰ চলিছে প্ৰকৃততে অসমীয়া মানুহৰ ওপৰত খাজানাৰ বোজা জাপি দি। কাৰণ মাটিৰ খাজানাৰ তেওঁলোকৰ ওপৰত বেচি, আৰু আবকাৰী বিভাগৰ বোজাও তাৰ কাৰণ বিশেষকৈ :- ( 1 ) চিৰস্থায়ী জমিদাৰী প্ৰথা আৰু চাহ বাগান আদিৰ force হেঁচাও বেচি। Sample grant.