পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৮ প্ৰৱন্ধ-সংগ্ৰহ শতকৰা ১২ ভাগ। আফিঙৰপৰা ১২,৬৪ হাজাৰ, দেশী মদৰপৰ৷ ১৬, ৫০ হাজাৰ, বিলাতী মদৰপৰা ১ লক্ষ আৰু গাঁজাৰপৰ। ৫,২৫ হাজাৰ। ধনীসকলে খায় বেচিকৈ বিলাতী মদ আৰু গৰিবে খায় দেশী বিধ, আফিং খায় বেচিভাগ গৰিবেই, তেনেকৈ “গাঁজাৰ নিশাত ৰাজা হোৱা” গৰিববে কাম। তেনেহলে দেখা যায় এই বিভাগৰে। আৰৰ ৩৪ লক্ষ আদায় হয় গবিবৰ পৰা আৰু ১লক্ষ আদায় হয় ধনীৰপৰ! মদ, গাঁজা আৰু আফিং বিক্ৰী কৰ৷ চৰকাৰৰ আচুতিয়া ক্ষমতা (monopoly )। কিন্তু. চৰকাৰে এই একচেতিৰ। ক্ষমত৷ লৈ মাদকতা বৃদ্ধি কৰি খাজান৷ তোলা- তকৈ ইয়াক নিবাৰণ কৰাহে নীতি। আফিং বৰবিহ অসমৰ পব৷ কিয়, — সমগ্ৰ বিশ্ব জগতৰ পৰাই আঁতৰ কৰিবলৈ জেনেভা জাতি সংঘই আঙ্গি প্ৰায় বিশ বছৰে চেষ্টা কৰি আহিছে; তাতে৷ অসমব কানিব প্ৰচলনৰ পৰিমাণ দেখি বিশেষজ্ঞ সকল স্তম্ভিত হৈছে আৰু ইয়াক অচিবে বন্ধ কবিবলৈ অনুমোদন কৰিছে। গবৰ্ণমেণ্টেৰ প্ৰতিনিধিৰে জাতিসংঘক আশ্বাস দিছিল যে অসম গবৰ্ণ- মেণ্টে ১০ বছৰৰ ভিতৰত আফিং নিৰ্মূল কৰিবলৈ সংঙ্কল্প কৰিছেই। কিন্তু দুঃখব বিষয় ইমান টন৷ আজোঁৰ৷ সত্বেও চৰকাবে ৰাজহৰ ধন কমে বুলি এনে এটা বববিহৰ প্ৰচলন আগাৰ দুখীয়া প্ৰজা—বিশেষকৈ অশিক্ষিত অজানা পৰ্ব্বতীয়। লোকসকলৰ মাজত আজিত চলাই আছে। আদালতৰ টিকট বিভিগ আদালতৰ টিকট বিভাগৰপৰ৷ অসম চৰকাৰৰ আয় হয় ২০,৫০ হাজাৰ টকা বা মুঠ আয়ৰ শতকৰা ১৯৩৬ চনত কোৰ্ট ফি আৰু ভাগ। ষ্টাম্প সংশোধন আইনৰ কথা জনাজাত। আগেয়ে সকলোৰে ওপৰত শত- কৰা ৭০ টকাকৈ আছিল, কিন্তু সংশোধন আইন মতে ১০০ – ১৫০ টক। লৈ মোকদম৷ কৰিলে বেচি বৃদ্ধি হল। কিন্তু ১০০০৭-১৫০০, ৰচুম লাগে ১৬/০ অনা অৰ্থাৎ দুগুণৰে৷ টকাৰ মোকৰ্দমা হলে শতকৰ৷ ৰচুম লাগে ৭॥০ টক। – আগৰ দৰেই। ১০০ – ১৫০ টক৷ লৈ মোকদ্দমা হয় গৰিৱৰ ওপৰত গতিকে ইয়াতে৷ গৰিৱৰ ওপৰত টাঙোন। এই শতকৰা ৭ ভাগ আয়ৰ ও ভাগ আদায় হয় গৰিবৰ পৰ৷ আৰু ৩ ভাগ, ধনীৰ পৰ॥