পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমাৰ জাতীয় দৈন্য আৰু ৰাজহনীতি ১১৭ উপত্যক৷ পাঁচ খন জিলাৰ মাটিৰ খাজান৷ আনবোৰতকৈ দুগুণৰ বেচি। জানকি শ্ৰীহট্ট জিলাৰ একচনীয়া মাটিৰ খাজানাতকৈ কাছাৰৰ খাজানা শ্ৰীহট্ট জিলাৰ ম্যাদী মাটিৰ দুগুণ। চৰকাৰী নিয়মানুসাৰে দুট। কথাৰ ওপৰত খাজানাৰ নিৰিথ নিৰ্ভৰ কৰে, (১) বস্তিৰ ঘনতা অৰ্থাৎ মাটিৰ হাউচ ( density of population ie, demand of land ) আৰু (২) মাটিৰ উৎপাদিক৷ শক্তি (productivity of laid )। অসমৰ ভিতৰত এটাইতকৈ ঘন বস্তি হৈছে চিলেটত, গতিকে তাত মা উচো বেচি আৰু এইটে৷ কেতিয়াও কব নোৱাৰি যে চিলেটৰ মাটিৰ উৎপাদিকা শক্তিতকৈ লক্ষীমপুৰৰ মাটিৰ উৎপাদিকা শক্তি চাৰি গুণ বেচি। তথাপি চৰকাৰে কয় যে একে principle তেই দুয়ে৷ ঠাইৰ পাজানী নিৰিখ কৰা হৈছে৷ ইযে দেখাদেখি যুক্তিহীন তাক নুই কৰিবৰ উপায় নাই। একে শ্ৰেণীৰ গানুহৰ ওপৰত এনে তাৰতম্য ভাবে গাজানাৰ ৰেট থকাটে৷ অতি অযুক্তিকৰ। যেতিয়াই চৰকাৰৰ খৰচ বাঢ়ে আৰু টকাব দৰকাৰ হৈছে, তেতিয়াই চৰকাৰে ঘাইকৈ হাত দিব লগাত পৰে মাটিৰ খাজানাত। কাৰণ অন্যান্য বিভাগত হাত দিলেও মাটিৰ পাজানাৰ নিচিনাকৈ আয় বঢ়াব পৰা নাযায়। তাৰ ফলত মাটিৰ খাজানা দোপত দোপে কেনেকৈ বুদ্ধি কৰ৷ হৈছে তলত দিয়৷ তালিকাত বুজা যাব :-- বস্তি |º ৰূপিত 10/a Hoo 3 ১৮০ [10] ভিতৰত" মাটিৰ খাজান৷ ৮ গুণ অসম্ভব অনুপাতে বৃদ্ধি হোৱা নাই। ঘাইকৈ দুখীয়া সকলক ওপৰত। বিঘা প্ৰতি, ১৮৩৬ চনত ১৮৭০ ১৮৯৩ ১৯২৭ অৰ্থাত্ এশ বছৰৰ অন্য কোনো কৰ এনে বুদ্ধিৰ বোজাও পৰিছে 31 22 "} P3 ফৰিঙতি X 110 so helo বৃদ্ধি হৈছে। আৰু এই খাজান৷ আবকাৰী বিভাগ মাটিৰ খাজানাৰ পিচতেই চৰকাৰৰ আয় হয় আবকাৰী বিভাগৰপৰা। এই বিভাগৰ বৰ্তমান মুঠ আয় ৩৫,৪৮ হাজাৰ টকা বা মুঠ ৰাজহৰ