পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৬ প্ৰৱন্ধ-সংগ্ৰহ তেনেকৈ অসমত ৩,৩০,৭৫৫ একব মাটিত চাহ খেতি আছে য'ত মাটিৰ খাজান৷ মুঠেই নাই অৰ্থাৎ তাৰপৰা চৰকাৰৰ বছৰি ৮৩৭৩৩৩, টকা লোকচান হৈছে, আৰু শতকৰা ১০ ভাগ আদায় কৰ৷ খৰচ বুলি বাদ দিলেও প্ৰায় ৭২ লক্ষ টকা বছৰি লোকচান। তাৰ বাদে ৪১২০৩৭ একৰ ঘাটিত কৰ৷ চাহ খেতিৰ খাজানা পোৱা হয় মাত্ৰ ৫,৫৪,৬০৩ টকা; কিন্তু সেই মাটিৰ ৰায়তৰ খাজানা হিচাপে পাব লাগিছিল ১৪,১৫,০৮৮ টকা অৰ্থাৎ ৮,৬০,৪৮৫, টকা; এতেকে— তাৰপৰাও খৰচ বাদে ৭,৮০ হাজাৰ টকা বছৰি চৰকাৰৰ লোকচান হৈছে। ওপৰত দেখুৱ৷ হিচাপ মতে জমিদাৰ আৰু চাহ খেতিয়কসকলে মুঠতে চৰকাৰী ৰাজহ লোকচান কৰিছে বছৰি প্ৰায় ১০০ এশ লক্ষ টকা আৰু সেই বোজা পৰিছে খাচ মাটিৰ (ৰায়তৰ ) প্ৰজা বিলাকৰ ওপৰত – বিশেষকৈ অসম উপত্যকাৰ খাচ মাটিৰ প্ৰজাসকলৰ ওপৰত। খাচ মাটিৰ ভিতৰতেই আৰু যি হিচাপত মাটিৰ খাজানা নিৰ্দ্ধাৰণ কৰা হয় সি সম্পূৰ্ণ নানা পিয়লত নানা Settlement Officer সকলৰ বিভিন্ন মনোভাৱৰ বিবেচনাৰ ওপৰত নিৰ্ভৰ কবি আহিছে। যদিও এটা চৰকাৰী Principle লৈ সকলোৱে বিচাৰ কৰে কিন্তু তাৰ হিচাপ প্ৰত্যেকজন Settlement Officer আক প্ৰত্যেক ডোথৰ মাটিলৈ এনে তাৰতম্য ঘটে যে তলত দিয়া হিচাপ চালেই তাক সম্যক উপলব্ধি কৰিব পৰা যাব। জিলাৰ নাম প্ৰত্যেক একৰৰ খাজান। একচনিয়া পাট্টাৰ খাজানাৰ নিৰিখ প্ৰত্যেক একৰৰ খাজানা গ্যাদী পাটাৰ বৰ্ত্তমান খাজানাৰ নিবিগ sela 3/0 গুৱালপাৰা— ১৮০ লক্ষীমপুৰ— ২৩/৯ শিৱসাগৰ – নগাওঁ— দৰঙ্গ – কামৰূপ— জয়ন্তীয়া— 20 অসম উপত্যকাত গড়ে প্ৰত্যেক একৰৰ খাজানা ২াণ্ড পাই। দেখা যায় অসম শ্ৰীহট্ট— কাছাৰ- 210/0 20 1₁/ >10/0 20/0 2/0 shelo ১৮%