পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ সংগ্ৰহ কট। গল। ৰাজা জগদেব, গন্ধৰ্ব্ব ৰায়, ৰাজা ৰায়, কাল৷ ৰজা, হাড়৷ প্ৰতাপ সিং, ইন্দ্ৰমণি, নৰসিং ৰায়, ভগবান হ্ৰায়, কম চান্দ এই সমে ১০ ৰজা দান্তে থেৰ ধৰি বোলে আমি মহাৰাগাৰ শৰণীয়৷ বন্দী হলে। আমাক নাকাটিবা। পাচে তাসব ক নাকাটিলে।” (বুৰঞ্জী ) এওঁবিলাকক বন্দী কৰি মহাৰাজাৰ গুৰিলৈ পঠে ৰাত মহাৰজাই তেওঁলোকৰ “গলে চেঙ্গুগীয়৷ ডাকুব দি গড় গাওঁলৈ পঠালে। বাকীবোৰক তেওঁলৈ বাট নেচাই কটা শুনি মহাৰাজাই খঙতে চাউঃীয়৷ কেঁাঁৱৰক মাৰিলে আৰু নেওগ কেন্দ্ৰনকো কটালে। মিৰ্জ্জা নাথুলাৰ বিৰণতে মোগলৰ ফালৰ ১৭০০ সৈন্য কটা গল, প্ৰায় ৩৫০০ মান গুৰুতৰৰূপে ঘাইল হৈ হাবিয়ে বননীয়ে পৰি মৰিল, ৩০০০মান সামান্যৰূপে আহত হৈ পলাল আৰু ৯০০০ বন্দী হল * 38 যুদ্ধত শাহত হোৱা আৰু নোহোৱা যিবিলাক উত্তৰ পাৰেদি পলাল সেই- বিলাক চাংপাৰি গাওঁ পাওঁতেই গাৱলীয়া বিলাকে ধৰি যাকে যতে পালে কাটিবলৈ ধৰলে, কাৰণ পূৰ্ব্বে উজাই যাওঁতে এইবিলাক যোগল সৈন্তই গাওঁখন একেবাবে উজাৰ কৰিছিল। মিৰ্জ্জানাথুলাই লগত চিপাহী লৈ এই বিলাক “এই যুত মিৰ্জ্জা নাথুন৷ নিজে উপস্থিত আছিল, পলাই ঘোৰা যোগল সৈনাৰ মুখৰপৰা শুনি তেওঁ এই ৰাৰ বিৱৰণ লিখিছিল। এই বিবৰণমতে তাম্বুৰপৰা ওলাই পলাবলৈ ধৰে। তেই চৈয়ৰ অংঙ্গা, বাকক অসমীয়া সৈঙ্গই চিনিব নোৱাৰি কাটিলে আৰু আন নায়কবিল!- কৰ প্ৰায়েই যুগ থাকোতেই কটা গল, কেৱল সত্ৰাজিত গলাই সাৰিল আৰু যিবিলাকে আত্ম সনৰ্পন কৰিলে তেওঁলোকো বন্ধ। পৰিল। বাহাৰিস্থানী ঘাইবীত এইদৰে লিখিছে :-- “The Sardars of the Assam aja such Haudi Bola ( Hati Barma ) Raj- khawa and Kharghuka (Khargaria Phukan) sarrounded Ilahdad Khan Dakhini and the remnanis of that congregation of martyrdam like the games in a hunting enclosuss and began to press upon them. Although they appealed for protection it was of no avail. At last as the unparalleled Lord had uot ordained the death of somo of them. Hati Barua the chief of the Sardars of Assam thought of stopping the battle and ent the following message to these distressed people' - If you really leire peace, deliver to us all your arms of war. big or small, col'ied and packed together in one place without keeping any of them with you. Then we shall grant you your life." As there was no other clief or Sardar among these people except lahdad Dakhini, who also Jhad reccived four or five wounds and was unable to move and as there was no other way for their safety and escape so all arms, big "nd small, were collected in one place and handed over to them. Aft that Flati Barua ordered ten to twenty persons to bo bound with one another and entrusted them to each one of his chiefs.n [ Baharisthani Ghaybi Translation by Dr. Borah, Vol I pages 398-399].