পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৬ প্ৰৱন্ধ-সংগ্ৰহ আন স্থৰ এৰি ল'লে৷ জতুৱা-গীতিৰ, কান্দোনৰ নাম-গীত বিহু-পীৰিতিৰ, ( যদিও ) শোকতে শ্লোকৰ জন্ম কবি বাল্মিকীৰ, ভাবৰ, ভাষাৰ সৃষ্টি-কান্দোন ৰীতিৰ— তেও, কান্দিম কিমান? উঠিল সকলো জাতি, কোনো পৰা নাই,— চোৱ৷ মই আছো ক’ত কেনে পিচুৱাই, অতীতৰ কথা জপি, থাকে৷ কিয় চাই, প্ৰগতিত মোৰ দৰে, কাৰনো বিলাই? — জানে!, কান্দিম কিমান! নাকান্দিম আৰু মই, নুটুটাম বল, কান্দোনক কদাপিতো নিদিম সুচল, বোৱাম বীৰৰ তেজ,—আহিবই ঢল, সঙ্ঘবদ্ধ অসমীয়া—শকতি প্ৰবল— আমি, নাকান্দে৷ যিমান। “শোকতো বীৰৰ তেজে দুগুণে নাচিব” “অভিমন্যু-বধ হেতু ৰণ নাথামিব,” এই ভীষ্ম প্ৰতিজ্ঞাটি লবই লাগিব, সাহিত্য—জাতীয় ধন—কিয় নাবাঢ়িব? —এয়ে নকন্দ! উপায়। ভিক্ষাত নহয় একো, কান্দিলে-কাটিলে, যেয়ে যিব৷ পাৰ৷ আনা, ভাষা-জননীলে’, অগণিৰ সৰু নাই—জ্ঞানেৰে আঁটিলে, ধন দিয়া, মন দিয়া, আনেৰে নাটিলে— —এয়ে নকন্দা উপৰি