পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ লাহে লাহে সি গৈ মেঘৰ ওচৰ চাপিলত ফনিত পশমী কাপোৰ ঘাঁহিলে যেনেকৈ বিদ্যুতৰ ফিবিঙ্গটি ওলায় ঠিক তেনেদৰে ফিৰিঙ্গটি সুতাত লগোৱ! গজালৰপৰা বাহিৰ হবলৈ ধৰিলে আৰু লগে লগে তেওঁৰ গাত চক্ (Shock) লাগিল। ফ্ৰেঙ্কলিনে চিলা উৰাই আকাশৰ যে বিদ্যুৎ ভয়ামলৈ নমাই আনি কামত লগাব পাৰি তাকে দেখুৱালে। মেঘৰ বিদ্যুৎ ভয়ামলৈ নামি আহিলে আমি বজ্ৰপাত হোৱা বুলি কঁও। .এই বজ্ৰপাত হোৱ৷ ঠাইৰ ওচৰত মানুহ, গৰু, গছ আদি থাকিলে পুৰি যায়। মেঘৰ নাম বিদ্যুত যেতিয়া বজ্ৰৰ আকাবে ভয়ামলৈ নামে, তেতিয়া ই ওখ ঠাইত পৰে কাৰণ সি সদায় ছুটি বাট ধৰি চলে। মেঘৰপৰ৷ মাটিৰ দূৰত্বতকৈ গছৰ আগ, মন্দিৰৰ চূড়াৰ দূৰত্ব বহুত কম। গতিকে এইবোৰ ওখ ঠাইত বজ্ৰ পৰে৷ ডাঙৰ ডাঙৰ চহৰবোৰত কেইবা তলাৰো পকা ঘৰ আছে৷ এই ঘৰবোৰ ৰক্ষা কৰিবৰ কাৰণে বজ্ৰ প্ৰতিৰোধক চিতিক) তাত, ( Lighting conductor ) লগোৱা থাকে। এই ধাতুময় চিৰিকাৰ গুৰিভাগ মাটিৰ তললৈকে পোতা হয় আৰু আগভাগ ঘৰৰ চালৰপৰ৷ ভালেখিনি ওপৰত বথা হয়! যেতিয়া বিদ্যুৎপূৰ্ণ মেঘ আহি ঘৰৰ ওপৰত : পৰে—ভৈয়ামত আৰু ঘৰৰ সকলো ঠাইতে তাৰ ঠিক বিপৰীত বিদ্যুতৰ আবেশ হয়। বিদ্যুতে সদায় চেষ্টা কৰে ভৈয়ামৰ বিপৰীত বিদ্যুতৰ লগত মিলিবৰ কাৰণে। বজ্ৰ প্ৰতিৰোধক মাৰি থাকিলে বিদ্যুৎ বৰ বেচিকৈ জমিব নোৱাৰে। বজ্ৰপ্ৰতি ৰোধক মাৰিডালৰ আকৃতি সৰু বুলি ওপৰৰ বিদ্যুৎপূৰ্ণ মেঘে ঘৰবাৰী আৰু মাটিত যি বিপৰীত বিদ্যুৎ উদ্ভব কৰে; সি লাহে লাহে বজ্ৰ-প্ৰতিৰোধক মাৰিৰে বাহিৰলৈ যায় আৰু শেষত মেঘত ঠেকা যায় আৰু মেঘৰ বিদ্যুৎ নষ্ট কৰি পেলায়। ওপৰৰ 96 বিদ্যুতযুক্ত বস্তুৰ ওচৰত কোনো বিদ্যুৎ পৰিচালক বস্তু ৰাখিলে তাৰ এফালে বিপৰীত বিদ্যুৎ আবিৰ্ভাৰ হয়. গতিকে বিদ্যুৎপূৰ্ণ মেঘে ওচৰৰ আন আন মেঘত বিপৰীত বিদ্যুতৰ আবিৰ্ভাৱ কৰে। তাৰ পিচত এই বিপৰীত বিদ্যুৎযুক্ত দুচটা মেঘ ওচৰ চাপিলে তাহাতৰ মাজত থকা বতাহৰ বাধা ভেদ কৰি পৰস্পৰ বিদ্যুৎ মিলি যায়। লীডেন জাৰৰ কাঁচ দুই খণ্ডই যেনেকৈ তাত উদ্ভৱ হোৱা বিদ্যুতক বেলেগ কৰি ৰাখে তেনেদৰে আকাশ আৰু মাটিতে বিদ্যুত্তক বেলেগ কৰি ৰাখে বতাহে। কিন্তু শক্তি বেচি হ'লে কোনোৱে তাঁহাতক বাধা দি ৰাখিব নোৱাৰে। সেই সময়ত মেঘৰ গৰম বিদ্যুৎ প্ৰকাণ্ড