পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যতি। ধৰিব পাৰে। !" নে কিভাপ শুনোতাৰ সহজ- লাগে। কিন্তু অৱশ্যে বাক্যৰ যতে ততে ৰলেও বিপদ আছে আৰু ইয়াৰ পৰা কেতিয়াবা কেতিয়াবা হাস্সৰসৰো যে অৱতাৰণা হয়, তাক সকলোৱে জানে বেনে, :—“ৰাধা। ধৰ, সুধা পানে। শালি, নে। বনমালি, পঢ়োতে পাঠ্য কথাখিনি সহজে হৃদয়ঙ্গম কৰিবলৈ হ'লে আৰু বোধ্য কৰিবলৈ হলে পঢ়াৰ মাজত মাজে সময়ে অলপ ৰব সাধাৰণ অনভ্যস্ত পঢ়োঁতাৰ পক্ষে ই উজু কাম নহয়। পাঠ্য কথাখিনিৰ ভাৱ আৰু প্ৰত্যেকটো শব্দ জনা নাথাকিলে তেনেকৈ পঢ়াতো টান। সেই কাৰণে বিৰামৰ ঠাই নিৰ্দেশৰ কাৰণে লিখোতে কিছুমান চিনৰ ব্যৱহাৰ কৰা হয়। তাৰ নাম “যতি” বা “বিৰাম চিহ্ণ”। ই পঢ়াৰ মাজত ৰবলৈ দিয়া চিন্ অৱশ্যে বৰ্তমানে ব্যৱহাৰ কৰা বিৰাম চিনবোৰ থাকিলেহে যে অকল থামিব লাগে এনে নহয়; অইন ঠাইতো থামিবৰ প্ৰয়োজন আছে। নহলে ভ্ৰমত পৰিব লগা হয়। ভাষা আৰু সাহিত্যত ষতিৰ বিশেষ প্ৰয়েজিন। পঢ়োঁতে কোন্ কোন্ ঠাইত ৰব লাগে, কোন্‌ ডোখৰ কেনেকৈ পঢ়িব লাগে, যতিৰ স্হ'য়েৰে জানিব পৰা যায়। লিখা বস্তুৰ ভাৱটে। ফট্‌ফটিয়াকৈ ওলাই পৰে আৰু বাক্যৰ ভিৰৰ শব্দ. বলাকৰ ব্যাকৰণতে সম্বন্ধ জানিব পৰা যায়। ভাহানি আমাৰ দেশৰ ভাষাবিলাকত বৰ্ত্তমান অৰ্থত যতি বা বিৰাম চিহ্ণ ব্যৱহাৰ নাছিল বুলিলেই হয়। অংগৰ দিনৰ ফলি বা পুথি পঢ়া বহু কষ্টসাধ্য আছিল। ভাষাত আৰু ব্যাকৰণত বিশেষ আধিপত্য লাগিছিল আৰু অকল বিশেষ ভাতে লিখা পুথিবোৰ হে পঢ়িছিল। পঢ়িবৰ কাৰণে বিশেষ শ্ৰেণীৰ মামুহ আছিল। তেওঁলোকক পণ্ডিত বুলি ধৰা হৈছিল। আজি কালিও গাৱেঁ ভূয়েঁ তেনেকুৱা পণ্ডিত আছে। বেলেগ বেলেগ ঠাইত বিভিন্ন অৰ্থপ্ৰকাশক বিৰাম চিনৰ ব্যৱহাৰ বৈদিক সাহিত্যত নাছিল। কিন্তু তাৰ কাৰণে বিশেষ কোনো অসুবিধা হোৱা নাছিল। কাৰণ বেদৰ স্তোত্ৰত যতিত কৈ উদাত্ত, অনুদাত্ত, স্বৰিত আদি হ্ৰথদীৰ্ঘৰ উচ্চাৰণহে বেছি দৰকাৰী আৰু পাতকৈ গ্যতহে বিৰাম চিনৰ বেছি প্ৰয়োজন। বেদত বিৰাম চিন্ ব্যৱহাৰ নকৰাৰ আৰু এট। ডাঙৰ কাৰণ হৈছে বেদৰ কোনে! স্তোত্ৰ-পাঠ কৰাৰ আগতে তাৰ ছন্দ, ঋষি আৰু দেৱতাৰ নাম জানি লোৱা নিয়ম আছিল। “অবিদিতা ঋষিং ছন্দে। দৈবতং যোগমেব চ। যে!হধ্য৷পয়েৎ জপেং বাপি পাপীয়াং জায়তে তুস॥” স্তে'ত পাঠৰ আগতে স্তোত্ৰটো কি ছন্দত লিখা জনা থাকিলে আবৃত্তিৰ কাৰণে