পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ বংশতে। জন্ম গ্ৰহণ কৰ৷ নাছিল। নৱাৱ চিৰাজদ্দৌলায়ো পলাচিখ শোক পূৰ্ণ পৰিণতিৰ পাচত যুদ্ধক্ষেত্ৰ এৰি পলাই যাবলৈ ধৰোতেও লিগিবাই জোতা পিন্ধাই দিব লগীয়া হৈছিল বুলি কোৱ৷ শুনো। গেতা পিন্ধোৱাত পলম হোৱা কাৰণেই পলাই যাওঁতে বাটত বা বি গ্ৰাণ দিব লগীয়া হল বুলিও কোনো কোনোৱে কয়। কিন্তু মৰঙ্গিগোৱাৰ কাপুৰুৰালিৰ কথা বা চিৰাজদ্দৌলাৰ অকৰ্ম্মন্যতাব কথা কিমান সটা আমি ঠিককৈ কব নোৱাৰোঁ। বহুত বুৰঞ্জী লিথকেও আত্মপ্ৰসান লাভ কৰিবলৈকে, একোটা অতিবঞ্জিত কথা, কোনো নেক ঠেলা হেঁচা মাৰি সৈকে! পাঁচ নোহেঁাহকে সিও একেবাৰে সত্য। লিখকৰ কাৰো ওপৰত বেয়া ভাৱ পৰিলে বা এজনৰ চৰিত্ৰত কলঙ্ক মানি দিব পাৰিলে ক্ষমতাশালী তৃতীয় ব্যক্তিৰ পৰা স্বাৰ্থ পূৰ্ণ হোৱা আশা থাকিলে এনে কাৰ্য্য কৰা অতি স্বাভাৱিক। এই কথা কৈ, এই বৰ্ণনা লিখোতে যাৰ ওচৰত আমি ধৰুৱ৷ তেখেতসকলৰ ওপৰত আমাৰ অকণে৷ বেয়৷ ভাৱ কথা ইয়াত্ যুক্ত কৰা নাই। সেইদেখি বুৰঞ্জী পঢ়োতেও বহুত কথা মন কৰিহে পঢ়া উচিত। মানুহৰ দুৰ্ব্বলতা তে আছে- কাৰণ মানুহেই—দেৱত নহয়। 306 যতি (Punctuation ) ছন্দ আৰু সুৰৰ নিচিন! যতিৰো ভাষা আৰু সাহিত্যত ঠাই আছে। কওঁতাৰ বা লিখোঁতাৰ কথাবোৰ শুনোতাই বা পঢ়ে।তাই বুজিব নোৱাৰিলে ভাষাৰ উদ্দেশ্য ব্যৰ্ণ হয়। কাৰণ ভাষাৰ ভাৱৰ আদান-প্ৰদানৰ এটা সহজ আৰু শ্ৰেষ্ঠতম উপায়। একেৰাহে বা একে উশাহে কিছুমান শব্দ পাই গলে শুনোতাই আমাৰ মনৰ ভাৱ উপলব্ধি কৰিবলৈ টান পায়। কথা কওঁতে বা পঢ়োঁতে প্ৰতি বাক্যৰ আৰু কেতিগাবা কেতিয়াবা খণ্ডবাক্যৰ বা শব্দৰ পাচত অলপ পৰ ৰব লাগে, যাতে আমি কি কৈছো বা পঢ়িছে৷ শুনোতাই সহজে

  • এই বৰ্ণনা লিখোতে আন আন বুৰঞ্জীৰ উপৰিও বিশেষকৈ ৺ দুতিৰাম হাজৰিকাৰ

কলি ভাৰত বুৰঞ্জী আৰু ৺ বৈদ্যাধিপৰ বেলিম|ৰ বুৰঞ্জীৰ সহায় লোৱা হৈছে। এই বুৰঞ্জীৰ সম্পাদন কৰোঁতা শ্ৰদ্ধাপদ অধ্যাপক ভূঞাপৱৰ ওচৰত আমি বিশেষ ধৰুৱা। বঙামুৰাই ফাহিনীটো অৱলম্বন কৰি লিখা লিখকৰ কবিতা এটা আগতে 'আৱাহন'ত ওলাই গৈছে