পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুলপানী ছিগা ৰণৰ প্ৰাসঙ্গিক কথা বঢ়া বচন কৈ ভয় দেখুৱাই গুচি আহিল। ভাগ্যে যেনিবা আকে। জয়মতী কুৱঁৰীৰ শান্তিৰ পুনৰাভিনয় হবলৈ নেপালে। মান সেনা বিলাকে, ফুলপানী ছিগাত কোঠমাৰি থাকি নান৷ অত্যাচাৰ কৰিবলৈ ধৰিলে। মান অহা শুনি জাঁজীকোষৰ ওচৰৰ মানুহে ঘৰে বস্তু ততে এৰি পলাবলৈ ধৰিলে। গোহালীৰ গৰু মেলিবলৈও তত নেপালে। বান্ধৰ গৰু বান্ধত থাকিল। মানুহ নথকা দেখি হাবিৰ বাঘ ওলাই গোহা- লিৰ গৰু মাৰিবলৈ ধৰিলে। মান সেনায়ো ওচৰত অসমীয়া সৈন্য বা আন অসমীয়৷ মানুহ নেদেখি, গৃহস্থৰ গোহালিৰ পৰা নিৰ্ভয় যনেৰে গক আনি কাটি থাবলৈ ধৰিলে। ইহঁতে খাবলৈ ইমান গৰু পাইছিল যে গৰুটো বা গৰুজনীৰ অতি ভাল অংশটোহে নিজে ৰাথি বাকী বোৰ কুকুৰ শিয়ালক খাবলৈ দিছিল। এই দৰে নিশ্চিন্ত হৈ লাও পানী খাই, মতলীয়া হৈ ফুৰা মানসেনকি গোহাঁ- লিৰ ওচৰত গৰু খাবলৈ খাপলোৱা বাঘে পাই- বধ কৰিছিল। এইবোৰ বুঢ়ালোকৰ মুখৰ ৰা শুনা থা৷ বৰ্তমান গড়ৰ আলিৰ উত্তৰ পশ্চিম কাষত অকাই চুক্ত পথাৰৰ দাঁতিত থকা হ'ফলু, চাপৰি আদিত বহুত খাল গাঁত আদি বিচাহিলে দেখিবলৈ পোৱা যায়। এই বিলাক বোলে মানে কোঠ মাৰোঁতে খানি' লৈছিল আৰু তাত লুকাই অসমীয়া সেনাৰ ওপত গুলি বৰ- মিছিল। joo বিশ্বনাথ বুঢ়াগোহাঞ, ব্ৰজনাথ কোঁৱৰ আদিয়ে' গভীৰ পৰামৰ্শ কৰি মানৰ গত ৰণ দিবলৈ ভালকৈ সাজু হল। গগৈ ফুকন সেনাপতিৰ লগত মৰঙ্গি খোৱ৷ সৰু গোহাঁঞ আদি আন আন বিষয়াক দি এটা ডাঙৰ ফৌজ মানক খেদিবলৈ প চিলে। অসমীয়া সেন!য়ো মানৰ দৰে ভালেমান বৰহিলৈ, সকহিলৈ যুদ্ধলৈ আনিছিল। মৰঙ্গিখোৱাক খাৰ গুলিযোগোৱা বাবটে! এদনীয়াকৈ দিছিল বুলি অনুমান হয়। এই যুদ্ধত ব্যৱহাৰ লোৱৰ গুলিবিলাকৰ ওজন প্ৰায় এসেৰৰ পৰা এপোৱালৈকে দেখা গৈছে। গুলিবিলাক সাধাৰণতে বেছি এইটা। এতিয়৷ মামৰে খাই এনে কৰিছে বুলিও ওপৰে ওপৰে ক'ব পাখি কিন্তু ভালকৈ চালে এইবিলাক আগৰো বিশেষ মিহি নহয় বুলি অনুমান হয়। বৰ্ত্তমানৰ জামুগুৰিতে এই যুদ্ধৰ ঘাই হেঁচাটে৷ পৰাৰ কাৰণেই এই ঠাইত মাটি খানোতে প্ৰায়েই দুই চাৰি গুলি পোৱা যায়। থলতে পোৱা বস্তু বুলি প্ৰতিবছৰ লাচিত মেলা প্ৰদৰ্শনিত এই গুলি দেখুৱা হয়। এই গুলি পোৱা ঠাইবিলাকৰ সকলো কথা লক্ষ্য কৰি মানৰ ফালৰ পৰা অসমীয়াৰ ওপৰত মৰা গুলিহে