পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ আনলগৰীয়া সকলৰ সৈতে চিলামাধিলৈ ঘূৰি আহিল। সেই সময়ত ৰাজেশ্বৰ সিংহৰ দিতে ফাটি অহা ডালৰ ব্ৰজনাথ নামেৰে ৰাজকোঁৱৰ এজন ভটীয়াই. আহি আছিল হি, তেওঁ ৰাজেশ্বৰ সিংহৰ পুড়েক ৰত্নেশ্বৰ আক ৰত্নেশ্বৰৰ পুতেক বৰমূৰ৷ গোঁহাইৰ পুতেক আছিল। হঠাতে বজ৷ হবন নিমিত্তে এই অভাৱণীয় সুযোগ পাই তেওঁ বুঢ়াগোঁহাইৰ পুত্ৰনহলেৰে গোট খাই, পামৰ্শ কৰি কেত- বিলাক দেশী আৰু বিদেশী সিপাহী গোটালে। এই দলটোৱে ইতিমধ্যে বন বধৰ গম পাই ৰাজধানীৰ ফালে টুজাই আহিবলৈ ধৰিলে। এই দৰে সসৈন্যে বুঢ়াগোঁহাইৰ দলটে| অ দেখি বন্ধনৰ ভন্নত বৰবৰী বিষণ্ণ বাৰ এৰি আন্তৰি থকা সকলো লগ লাগিল। গুৱাহাটী পাই এওঁবিলকে আক অনেক ক লগ লগাই লোৱা বুদ্ধিৰে নিজৰ ভিতৰ এজনক আগৰণুৱ কৰি চাহাবৰ পোচাক পিন্ধাই ললে। সৰ্বসাধাৰণ সকলোৱে ডেকা বুঢ়৷ গেঁহাইৰ দলক চাহাবে সহায় কৰিছে যেন ভাবি দলে দলে যোগ দিবলৈ ধৰিলে। সেই সময়ত চাহাবে সহায় কৰিলেই যুদ্ধত নিশ্চয় জগ হব বুলি সকলোৱে ভ বিছিল। জয়ী দলৰ লগত থাকিলে ভৱিষ্যতে লাভ হব বুলিয়েই মানুহে এইদৰে অ ক্ৰমণকাৰী দলটোত লগ লাগিছিল। এই দল ক্ৰমে উজাই আহি ৰহা পাই, তাত থক৷ চন্দ্ৰকান্ত আৰু বদনৰ ফলীয়| বিষয়। এজন পাই তেওঁক বধ কৰি দিন- চেৰেকৰ পাচত দিচৈ কোঠ পালেহি৷ ইফালে ৰাজধানীৰ ডা-ডাঙৰীয়াবিলাকে বুঢ়া গোঁহাইৰ এই প্ৰৱল দলটো দেখি ভয় খাই ৰজাক এৰি দিচৈ কোঠত বুঢ়াগোহাইৰ সৈতে দেখা সাক্ষাৎ কৰি মিত্ৰ ভাৱ দেখুৱালে। ৰজা চন্দ্ৰকান্ত অকলশৰীয়৷ হৈ ৰংপুৰলৈ গুচি আহিল। গোঁহাই আদি বিষয়াসকলে অলচ কৰি চন্দ্ৰকান্তক বোৰহাটলৈ মতাই আনিবলৈ থিৰ কৰিলে। সেইমতে বুঢ়াগোঁহাইৰ ভায়েক এজন ৰংপুবলৈ গৈ, চন্দ্ৰকান্তকে মহাৰাজ ৰাখি ব্ৰজনাথৰ পুতেক পুৰন্দৰক যুৱৰাজহে পাতিব বুলি শপত খাই কৈ, ৰজাক নিৰ্ভঘ্ন দি যোবহাটলৈ লৈ আহিলে। ডাঙৰীয়াসকলৰ আলোচনা অনুসৰিয়েই চন্দ্ৰকান্তক আগৰ দৰে মহাৰাজ ৰাখি পুৰন্দৰসিংহক যুৱৰাজত অভিষেক কৰিলে। পুৰন্দৰৰ পিতৃ ব্ৰজনাথৰ গাত ঘুণ থকাত নিজে ৰাজপাটৰ অযোগ্য, সেই কাৰণেই বাপেক থাকোতেওঁ পুৰন্দৰকহে যুৱৰাজ অভিষেক কৰিছিল। ভাটীৰ পৰা অগনাথৰ সৈতে পৰামৰ্শ কৰি আহোতে বুঢ় গোঁহাই আদিয়ে চন্দ্ৰকান্তক ৰজ৷ ভাঙি পুৰন্দৰক ৰজ। পাতিব বুলি কথা দিছিল। কিন্তু এতিয়৷ তাৰ বিপৰীত কাৰ্য্য দেখি ব্ৰজনাথ ভয়ঙ্কৰ আপত্তি এনে অৱস্থাত দিচৈ কোঠত বুঢ়া Soo 2