পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

2 বাটতে আঁচলত ধৰে প্ৰৱন্ধ-সংগ্ৰহ গীত— মুখলৈ চাই যে মেখলাত জোটা-গুটি কৰে। গধূলি পৰতে ঐ বতাহে, যেতিয়া পানী-কাষ পাওঁ, বান্ধই হাঁহিলে —কেনেকৈ পাহৰি যাওঁ? মোৰ, — ঘৰলৈ নচলে পাৱ!

পানী-অন৷ ছলতে বধূলৰ তলতে ৰৈ, ছেগ চাই মিচিকি হাঁহিৰে চেনেহী ঠঃৰতে কথা গল্প কৈ, আঁৰাত তামোল খন থৈ। আহুদি কৰিলা কি! কি দোষ লগালা কি জুই জ্বালা? তাতে নো মাৰিলা পুৰি নিশাৰে নিশাটো চকু-চিপ নেপালে। পাতিতে ফুৰিলোঁ ঘূৰি! গীত- (ঙ) গোমচেঙৰ পিন্ধি কি এঙ! ছোলা আহিছিলা মন-ভোলা ৰাঙলী দৰা! চকুৰে চাৱনি, চেনেহ-জৰা, দেখিলে লাগে মন কেনেবা কেনেবা;- —নাহিব!, নাহিবা, নাহিবা পিন্ধি আৰু ৰঙা ছোলা, - - মুখতে দেখোঁ যেন অগনি-ফুৰা।