পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওৰণিৰ তলতে — বতাহে অ' লাহৰী, কি ভাগ্য সাধিলে। চকুৰ নৌ আঁৰতে ৰূপহী পূৰ্ণিমাৰ জপনাৰ কাষতে গীত— বিহুৱান ( २ ) লগালে জোট, গুাচলে কপাহী মোট; মূখতে দেখিলে। জোন, বৈ গল বিজুলী-সেত ফুটোনে মুফুটে। হাঁহি; গৈছিল!, গাভৰু 1 কঁপিছিল ৰাঙলী ওঠ, যেনিবা গোলাপৰ পাহি বলীয়। বতাহে— আমনি লাজতে — গালতে ফুটিছিল আহি। ফুলোনে হুঙ্কুলে। কপালত, জ্বলিছিল সেন্দুৰৰ ফোঁট— সিদিনাৰে কি বিষে উজালে,— ঘাটতে বৈ কোন মন হল বাউলী, —কি সাপে মাৰিলে খোট! —তেগে যোৰ মাৰিলে গোট। (গ) আগ ভেটি ধৰিলে, — কেনেকৈ ফাল কাটি মাওঁ? মোৰ, – ঘৰলৈ নচলে পাৱ। আছিলে ণতুক,— কলিজাত বিন্ধিলে শেষ; লগালে আউলি, —থান-বান কৰিলে মেল। "