সমললৈ যাওক

পৃষ্ঠা:প্ৰাথমিক প্ৰতিবিধান.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰাথমিক প্ৰতিবিধান কৰিছে। এই অস্থি সমূহকে বস্তি ( Pelvis) বোলে। কঙ্গনৰ হাড়- দুডাল সম্মুখত ( জননেন্দ্ৰিয়ৰ কাণত ) শৰীৰৰ সোঁমাজ ৰেখাত মিলিছেহি কেৱল ক্ষুদ্ৰ এটুকৰা উপাস্থি মাথোন ব্যৱধান। সকলোৰে অৱলম্বন বস্তি। ঊৰু হাড়ৰ লগত গাতো আছে। তলপেট আৰু ইয়াৰ অন্তৰস্থ সংযোগৰ কাৰণে ইয়াত দ উৰু হাড় ( Thigh bone, Femur ) — ইয়াক ফিমাৰ ( Femur ) বোলে। ই কৰঙ্গনৰ (জঙ্ঘাৰ ) পৰা আঁঠুলৈকে জুৰি থাকে। ই শকত, সুদৃঢ়, ঘূৰণীয়া আৰু অলপ আগলৈ ভিৰ লোৱা। ফিমাৰৰ ওপৰ আগটো মুৰ এটাৰ দৰে ঘূৰণীয়া; মুৰটোৰ তলডোখৰ চিয়া; কঙ্গনৰ (জঙ্ঘাৰ ) গাঁতটোত Bones of the left Lower Limb, showing joint with the Pelvis at the hip. Knee cap (Patella ) Haunch bone Thigh bone (Femur) Shin bone (Tibia ) Brooch Bones (Fibula) Metatarsas Tarsus Phalanges ৭নং চিত্ৰ ( অসমীয়া উচ্চাৰণ :—আঠুৰ ঘিলা (পেটেলা ),ফিমাৰ, টিবিয়া, ফিবুলা মেটাটাৰচাৰ্চ, টাচাচ,, ফেলেঞ্জেচ )