সমললৈ যাওক

পৃষ্ঠা:প্ৰাথমিক প্ৰতিবিধান.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 ৩। কঁকালত এটা ভার্টিব্রা আছে। ইহঁতক লাম্বাৰ (Lumbar ) ভার্টিব্রা বোলা হয়।

 ৪। টিকাখণ্ডত এটা ভার্টিব্রা আছে। ইহঁতক চেক্রেল (Sacral ) ভার্টিব্রা বোলা হয়। বয়স-প্ৰাপ্তজনৰ শৰীৰত এই আটাই কেউডাল মিলি এডাল গোটা হাড়ত পৰিণত হয়।

 ৫৷ ৪টা ভার্টিব্রাবে নেজ হাড় (Tail bone) গঠিত। ইয়াক কক্মিক্স (Coccyx ) বোলা হয়। চাৰিটি ভার্টিব্রা একেলগেই সংলগ্ন ।


 [ ওপৰৰ চিত্ৰৰ অসমীয়া অনুবাদ : চাৰভাইকেল -৭, থৰাচিক – ১২, লাম্বাৰ-৫, চেক্ৰেল – ৫, কক্সিক্স – 8 ]