সমললৈ যাওক

পৃষ্ঠা:প্ৰাথমিক প্ৰতিবিধান.pdf/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮
প্রাথমিক প্রতিবিধান


লাগে; ইয়াত কৃত্ৰিম আৰু স্বাভাৱিকৰূপে আলোকিত কৰাৰো যথেষ্ট উপায় থাকিব লাগে। গৰম আৰু চেঁচা পানীৰ নলাইদি অহা হাতধোৱা স্থান ( glazed sink ), ওপৰ নিমজ এখন মেজ, যন্ত্ৰপাতি বীজাণু-নাশিত কৰাৰ ব্যৱস্থা, উপযোগী ড্ৰেচিং, বেণ্ডেজ আৰু স্পিন্ট, এখন আওঁজা চকি আৰু এখন ষ্ট্ৰেচাৰ এই ঘৰত থকা উচিত।



-শেষ-