সমললৈ যাওক

পৃষ্ঠা:প্ৰাণৰ গান.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

PLEASE HANDLE THE BOOK GAREFULLY ৫৮ প্ৰাণৰ গান দুঃখতে জনম মোৰ দুঃখতেই শেষ দুঃখ মোৰ লগতেই ম'ক । শান্তিৰ অমিয়া ভৰা বহল বহুধা চেনেহৰে ভৰপূৰ থ ক ৷ আহিব বসন্ত কাল ফুলিব কুসুম কুলিটিয়ে প্রেম গীত গাৰু, মোৰ ই কৰুণ সুৰ ধৰাৰ বুকত নিৰন্তৰ বাজিয়ে থাকিব । স্মৃতিৰ কোলাৰ পৰা আঁতৰাই দিলো চেনেহৰ প্ৰিয়াৰ ছৱিটি, ভগাবীণ খনি লই কৰুণ সুৰেৰে গালো মই বিদায়ৰ গীতি । অন্ত । DISTRICT LIBRARY (HEM BARUA COLLECTION) T57HID